হেৰুওৱা ছন্দ আকৌ ওভতাই পাইছে বিৰাট কোহলিয়ে। আফগানিস্তানৰ বিৰুদ্ধে খেলা দূৰ্দান্ত ইনিংছৰ জৰিয়তে ইংগিত প্ৰদান কৰিলে যে কিং আকৌ একেই ফৰ্মেৰে উভতি আহিছে। আফগানিস্তানৰ বলিং লাইনআপক দিশহাৰা কৰি মাৰমুখী ইনিংছ খেলা কোহলিয়ে আজিৰ শতকৰ জৰিয়তে তিনিটা অভিলেখ স্থাপন কৰিলে। মাত্ৰ ৬১ টা বলত অপৰাজিত ১২২ ৰাণ কৰা কোহলিৰ এয়া হৈছে টি-২০ কেৰিয়াৰৰ প্ৰথমটো শতক। একেদৰে এই শতৰাণৰ পাছতেই কোহলিৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত সংগ্ৰহ কৰা ৰাণৰ সংখ্যাই ২৪,০০০ স্পৰ্শ কৰিলে। আনহাতে চলিত এছিয়া কাপ ছিৰিজত আটাইতকৈ অধিক ৰাণ সংগ্ৰহ কৰা খেলুৱৈগৰাকী হৈছে বিৰাট কোহলি।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सोनारी शांतिपुर प्राथमिक विद्यालय का स्वर्ण जयंती समापन समारोह आज से शुरू
सोनारी शांतिपुर प्राथमिक विद्यालय का स्वर्ण जयंती समापन समारोह आज से शुरू
યાત્રાધામ પાવાગઢ ખાતે માતાજીના મંદિરે પ્લાસ્ટિકના ઉપયોગ પર કેમ પ્રતિબંધ લગાવાયો જુઓ વિશેષ અહેવાલ.
યાત્રાધામ પાવાગઢ ખાતે માતાજીના મંદિરે પ્લાસ્ટિકના ઉપયોગ પર કેમ પ્રતિબંધ લગાવાયો જુઓ વિશેષ અહેવાલ.
Rupee History: बेहद दिलचस्प है जेब में रखे करेंसी नोट का इतिहास, कुछ ऐसा रहा भारतीय रुपये का सफर
नई दिल्ली, बिजनेस डेस्क: हर इंसान और देश की जरूरत पैसा, सदी दर सदी और साल दर साल अपने रंग और...
पैर में Foot Corn यानी गोखरू होना आम बात है, इससे कैसे बचें? | Sehat ep 552
पैर में Foot Corn यानी गोखरू होना आम बात है, इससे कैसे बचें? | Sehat ep 552
લંપી વાયરસ થી બીમાર ગાયોને મામલતદાર ઓફિસે બાંધવામાં આવી છે ભાભર
લંપી વાયરસ થી બીમાર ગાયોને મામલતદાર ઓફિસે બાંધવામાં આવી છે ભાભર