তৰণীত আজি সুধাকণ্ঠ ডঃ ভুপেন হাজৰিকাৰ ৯৬ সংখ্যক ওপজা দিন উপলক্ষে বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।সুধাকণ্ঠৰ অনুৰাগী দম্পতি গিৰেন্দ্ৰ ভূঞা আৰু পবিত্ৰা ভূঞাৰ উদ্যোগত তথা তৰণী গাঁওবাসী ৰাইজৰ সহযোগত ৰূপায়িত কাৰ্যসূচী হিচাবে পুৱা প্ৰতিচ্ছৱিত মাল্যাৰ্পণ ,বন্তি প্ৰজ্বলনৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় । ইয়াৰ পাছতে উদযাপন সমিতিৰ সভাপতি দিলিপ ভূঞাৰ অনুষ্ঠিত কৰা মুকলি সভাত আৰিমত্ত বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ কামিনি ভূঞা ,তৰণী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিপিন ৰাজৱংশী ,সংগীত শিল্পী দ্বয় অকণ কলিতা ,নিয়ৰ পৰশকে ধৰি আন ভালেমান গন্যমান্য ব্যাক্তি উপস্থিত থাকি প্ৰবাদ প্ৰতীম সংগীত শিল্পী গৰাকীৰ অৱদান সন্দৰ্ভত ভাষণ প্ৰসঙ্গত আলোকপাত কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કેન્દ્રીય મંત્રી Smriti Irani વડોદરા એરપોર્ટ પહોંચતા તેઓ નુ સ્વાગત કરવામાં આવ્યુ
કેન્દ્રીય મંત્રી Smriti Irani વડોદરા એરપોર્ટ પહોંચતા તેઓ નુ સ્વાગત કરવામાં આવ્યુ
চাপৰমুখ ত বিধায়ক শশীকান্ত দাসে উদ্বোধন কৰে Fitzone Gyme
চাপৰমুখ ৰ বিশিষ্ট ব্যবসায়ী তথা উদিয়মান যুৱক যাদব বৰাই প্ৰতিষ্ঠা কৰা fitzone Gym নামৰ শৰীৰ চৰ্চা...
ડીસામા ગણેશ મહોત્સવ ની તડામાર તૈયારીઓ ઠેર ઠેર ગણેશ પ્રતિમાનુ વેચાણ ચાલુ
ડીસામા ગણેશ મહોત્સવ ની તડામાર તૈયારીઓ ઠેર ઠેર ગણેશ પ્રતિમાનુ વેચાણ ચાલુ
বৰ্হি ৰাজ্যত মৃত্যু হোৱা যুৱতীৰ মৃতদেহ আজি বাসগৃহ পোৱাত চৰাইদেউ জিলাৰ ১নং শ'লগৰি গাঁৱত শোকৰ ছাঁ
কৰ্মসূত্ৰে বহিঃৰাজ্যলৈ গৈ ৰহস্যজনক ভাৱে মৃত্যুক আঁকোৱালি ল'লে চৰাইদেউ জিলাৰ ১ নং শ'লগুৰি...
স্বৱলম্বীতাৰ দিশে এখোজ
পূৱ মাজুলী আঞ্চলিক ছাত্ৰ সন্থাই ২৫ আগষ্টৰ পৰা বিউটিচিয়ানৰ কৰ্মশালাৰ আয়োজন কৰিছে ৷ অভিজ্ঞ...