কৰ্মসূত্ৰে বহিঃৰাজ্যলৈ গৈ ৰহস্যজনক ভাৱে মৃত্যুক আঁকোৱালি ল'লে চৰাইদেউ জিলাৰ ১ নং শ'লগুৰি গাঁৱৰ বৰষা কাকতি (২২) নামৰ যুৱতী গৰাকীয়ে l স্কীল ডেভলৱমেণ্টৰ অধীনত আগষ্ট মাহত বহিঃৰাজ্য চেন্নাইলৈ গৈছিল কাম কৰিবলৈ । তাত তেওঁ এখন শ্বপিং ম'লত কৰ্মৰত হৈ আছিল । পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি দুদিন মানৰ পূৰ্বে তেওঁ অসুস্থ হৈছিল বুলি লগৰীয়াই পৰিয়ালক অৱগত কৰিছিল । কিন্তু হঠাত্ যুৱতী গৰাকী মৃত্যু হোৱা খবৰ পৰিয়ালে লাভ কৰাত এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হয় পৰিয়ালৰ মাজত । মৃত যুৱতী গৰাকীৰ মৃতদেহ স্ব-গৃহ আহি পোৱাত মৃতদেহত কিছু আঘাতৰ চিন থকাত পৰিয়ালৰ লোকে মৃত্যুক লৈ সন্দেহ প্ৰকাশ কৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Bihar BPSC Protest News: BPSC छात्रों से राज्यपाल की मुलाकात, अब आगे क्या? | Aaj Tak
Bihar BPSC Protest News: BPSC छात्रों से राज्यपाल की मुलाकात, अब आगे क्या? | Aaj Tak
বঙাইগাঁও জিলাটো সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ জনজাতিকৰণৰ দাবীত তিব্ৰ প্ৰতিবাদ..
বঙাইগাঁও জিলাটো সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ জনজাতিকৰণৰ দাবীত তিব্ৰ প্ৰতিবাদ..
Congress नेता Rahul Gandhi ने कार्यक्रम के दौरान क्यों कहा -Lalu Yadav, Mayawati भ्रष्ट हैं
Congress नेता Rahul Gandhi ने कार्यक्रम के दौरान क्यों कहा -Lalu Yadav, Mayawati भ्रष्ट हैं