নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' সন্দৰ্ভত ১২ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ ইউ ইউ ললিতক লৈ গঠিত বিচাৰপীঠে 'কা'ৰ সাংবিধানিক বৈধতাৰ ওপৰত শুনানি গ্ৰহণ কৰিব। ৮ ছেপ্টেম্বৰত সৰ্বোচ্চ ন্যায়ালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে। উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰা অনুসৰি 'কা'ৰ সাংবিধানিক বৈধতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি ২০০ ৰো অধিক আবেদন দাখিল কৰা হৈছে। এই সমূহ আবেদন একত্ৰিত কৰি ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব। অসমতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছিল বিভিন্ন জাতীয় দল-সংগঠনে। সেয়ে এতিয়া সকলোৰে দৃষ্টি নিৱদ্ধ হৈ আছে ১২ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া শুনানিত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सोनारी में अभिरूचि क्रिड़ा दिवस पालन
अर्जुन पुरस्कार प्राप्त भोगेश्वर बरुआ के जन्म दिवस 3 सितंबर को अभिरूचि क्रिड़ा दिवस के रूप में...
Breaking News: प्रेम प्रसंग में हत्या के बाद किए थे शव के टुकड़े, फांसी की सजा | Bengal | Aaj Tak
Breaking News: प्रेम प्रसंग में हत्या के बाद किए थे शव के टुकड़े, फांसी की सजा | Bengal | Aaj Tak
તલોદમાં વિવેકાનંદ મિશન જીવકોરબા ઈંગ્લીશ સ્કુલમાં કૃષ્ણ જન્મોત્સવની નિમિત્તે ઊજવણી કરાઈ
તલોદમાં વિવેકાનંદ મિશન જીવકોરબા ઈંગ્લીશ સ્કુલમાં કૃષ્ણ જન્મોત્સવની નિમિત્તે ઊજવણી કરાઈ
'घर जाकर पूछो...' Supriya Sule ने Modi Government के दावों पर संसद में क्या बताया?
'घर जाकर पूछो...' Supriya Sule ने Modi Government के दावों पर संसद में क्या बताया?