নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' সন্দৰ্ভত ১২ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ ইউ ইউ ললিতক লৈ গঠিত বিচাৰপীঠে 'কা'ৰ সাংবিধানিক বৈধতাৰ ওপৰত শুনানি গ্ৰহণ কৰিব। ৮ ছেপ্টেম্বৰত সৰ্বোচ্চ ন্যায়ালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে। উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰা অনুসৰি 'কা'ৰ সাংবিধানিক বৈধতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি ২০০ ৰো অধিক আবেদন দাখিল কৰা হৈছে। এই সমূহ আবেদন একত্ৰিত কৰি ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব। অসমতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছিল বিভিন্ন জাতীয় দল-সংগঠনে। সেয়ে এতিয়া সকলোৰে দৃষ্টি নিৱদ্ধ হৈ আছে ১২ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া শুনানিত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Tecno Pova Neo 3: 7000mAh की बैटरी से लैस होगा टेक्नो का अपकमिंग स्मार्टफोन, लॉन्च से पहले कंपनी ने किया टीज
Tecno Pova Neo 3 India Launch Tecno Pova Neo 3 के स्पेसिफिकेशन का खुलासा कंपनी ने एक ट्विटर पोस्ट...
विद्युत वोल्टेज की समस्या को लेकर ज्ञापन सौंपा
लाखेरी - शहर के नयापुरा धक्कासीटी, हरिजन बस्ती के लोगो ने कम वोल्टेज की शिकायत को लेकर सहायक...
Loksabha Election 2024: Gujarat के Gandhinagar से केंद्रीय गृह मंत्री Amit Shah ने भरा नामांकन | BJP
Loksabha Election 2024: Gujarat के Gandhinagar से केंद्रीय गृह मंत्री Amit Shah ने भरा नामांकन | BJP
બાડી ગામે ખેલ પ્રતિયોગીતા યોજાઈ,વિજેતાને સન્માનિત કરાયા
બાડી ગામે ખેલ પ્રતિયોગીતા યોજાઈ,વિજેતાને સન્માનિત કરાયા