ৰাজ্য আন আন প্ৰান্তৰ লগতে চিলাপথাৰৰ সাংস্কৃতিক শিক্ষাৰ অন্যতম অনুষ্ঠান প্ৰজ্ঞাজ্যোতি সংগীত মহাবিদ্যালয়তো আজি ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক ওপজা দিন পালন কৰে । কাৰ্যসূচী অনুসৰি সমাজ সেৱিকা কুঞ্জ গগৈয়ে বন্তি প্ৰজ্বলন কৰাৰ পাছত তেখেতৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ কৰে চিলাপথাৰৰ জেষ্ঠ নাগৰিক জীতেন্দ্র নাথ বৰুৱাই । প্ৰজ্ঞাজ্যোতি সংগীত মহাবিদ্যালয়ৰ সঞ্চালিকা ৰেণু বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে চিলাপথাৰৰ বিশিষ্ট কবি ভূৱন দাস , নাট্যকাৰ , পৰিচালক নৃপেন বৰঠাকুৰৰ , সোণাৰাম শইকীয়া , বন্তি সাধনিদাৰৰ লগতে বহু কেইজন বিশিষ্ট লোক । সুধাকণ্ঠৰ আজি ৯৬ সংখ্যক ওপজা দিনত মহাবিদ্যালয়খনিৰ ছাত্ৰ-ছাত্ৰী সকলে তেখেতৰ গীত-মাতৰ লগতে তেখেতৰ গীতত নৃত্য পৰিবেশন কৰি বৰেণ্য শিল্পী গৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। ইফালে চিলাপথাৰৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী , জেষ্ঠ নাগৰিক তথা প্ৰজ্ঞাজ্যোতি সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ বিপিন ৰাজখোৱাই আজিৰ দিনটোতে জীৱনৰ ৮৭ তম বৰ্ষত ভৰি দিয়া উপলক্ষত অনুষ্ঠানৰ মাজতে মহাবিদ্যালয়খনৰ ফালৰ পৰা তেখেতলৈ এখন শৰাই আগবঢ়াই কেক্ কাটি তথা ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন উপহাৰ আগবঢ়াই পালন কৰিলে অধ্যক্ষ গৰাকীৰো জন্মদিন ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Narottam Mishra की सीट Datia का आखिरी अपडेट क्या है? हारे या जीते | MP Election Result
Narottam Mishra की सीट Datia का आखिरी अपडेट क्या है? हारे या जीते | MP Election Result
Digital House Arrest: क्या है डिजिटल हाउस अरेस्ट? घर पर होंगे कैद और साफ हो जाएगा आपका बैंक अकाउंट
डिजिटल हाउस अरेस्ट साइबर क्राइम का नया तरीका है जिसमें स्कैमर्स पीड़ित को वीडियो कॉल पर...
માનવ કલ્યાણ યોજના વર્ષ 2025-26 અંતર્ગત લાભ મેળવવા માટે....
માનવ કલ્યાણ યોજના વર્ષ-૨૦૨૫-૨૬ અંતર્ગત લાભ મેળવવા માટે અરજદારોએ ઓનલાઇન અરજી કરવી. રાજ...
ડીસા આખોલ હાઈવે પર થયેલ ચોરીનો ભેદ તાલુકા પોલીસ દ્વારા ઉકેલાયો મુદામાલ સાથે 4 શખ્સોની અટકાયત કરાઈ..
ડીસા આખોલ હાઈવે પર થયેલ ચોરીનો ભેદ તાલુકા પોલીસ દ્વારા ઉકેલાયો મુદામાલ સાથે 4 શખ્સોની અટકાયત કરાઈ..
भाजपा बनाएगी देश में 10 करोड़ नए सदस्य, पीएम मोदी भरेंगे पहला फॉर्म!
भारतीय जनता पार्टी ने संगठन का विस्तार करने के लिए 10 करोड़ सदस्य बनाने की तैयारी की है। एक...