দৰিদ্ৰ মেধাসম্পন্ন শিক্ষাৰ্থীসকলৰ চিকিৎসক আৰু অভিযন্তা হোৱাৰ সপোনক পূৰণ কৰিবলৈ আজমল পৰিয়ালে আজমল ফাউণ্ডেচনৰ জৰিয়তে গ্ৰহন কৰিছিল আজমল সুপাৰ ৪০ নামেৰে এক অভিলাসী আঁচনি ৷ আজমল সুপাৰ ৪০য়ে আজি সৰ্বভাৰতীয় পৰ্যায়ত এক সুকীয়া পৰিচয় লাভ কৰি সেই বৃহৎ সপোনক বাস্তৱত পৰিণত কৰিবলৈ সক্ষম হৈছে৷সমগ্ৰ দেশৰ ভিতৰতে আজি আজমল সুপাৰ ৪০ ৰ শিক্ষাৰ্থীসকলে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ NEET ২০২২ বৰ্ষৰ পৰীক্ষাত আজমল সুপাৰ ৪০ য়ে আজি এক ঐতিহাসিক সফলতাৰে সমগ্ৰ দেশৰ ভিতৰতে জিলিকি উঠিছে৷ ২০২২ বৰ্ষৰ NEET পৰীক্ষাত ২৪০ গৰাকীতকৈ অধিক শিক্ষাৰ্থীয়ে স্থান লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে৷ NEET ২০২২ৰ বাছনি পৰীক্ষাত আজমল সুপাৰ ৪০ৰ শীৰ্ষ স্থান দখল কৰে স্বনৱাৰ হুছেইন ,৭২০ নম্বৰৰ ভিতৰত ৬৪১ নম্বৰ পায় , জামাজ আখতাৰ (৬৩৮), নবিউল ইছলাম (৬৩৬), হবিবা ফিৰদৌচ (৬৩৫) ছাহিদ আহমেদ (৬৩৫) ,চাবা চামচাদ (৬৩১) নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Special Report | Hybrid Corona | 80% मृत्यूदर, सर्वात घातक व्हायरस; जगावर हायब्रिड कोरोनाचं संकट
Special Report | Hybrid Corona | 80% मृत्यूदर, सर्वात घातक व्हायरस; जगावर हायब्रिड कोरोनाचं संकट
মৰাণ নগৰত চি , চি, কেমেৰাৰ শুভাৰম্ভ কৰে মৰাণ ৰাজহ চক্ৰ বিষয়া ড°সংগীতা শৰ্মাই।
মৰাণ নগৰত প্ৰৱেশ কৰাৰ লগে লগে সাৰি যাব নোৱাৰিব দুস্কৃতি কাৰী অথবা অপৰাধী। চি চি কেমেৰাই নিৰিক্ষণ...
অনুভৱক আঘাত দিয়াৰ অধিকাৰ কোনে দিলে! আমিৰ-অক্ষয় ছবি বৰ্জনৰ আহ্বান ভাৰতীয় মল্লযুঁজাৰুৱে
👉বলীউডৰ সৈতে দেশবাসীৰ মাজত আৰম্ভ হৈছে এক অদ্ভুত ধাৰা। সাধাৰণ মানুহে আৰু বলীউডৰ চিনেমা চাব...
કાલોલ: "આપ"નો ઝંઝાવાતી પ્રચાર દેલોલ અને રામનાથ ગામમાં ઘરે ઘરે ગેરંટી પત્રિકાનું વિતરણ...
કાલોલ: "આપ"નો ઝંઝાવાતી પ્રચાર દેલોલ અને રામનાથ ગામમાં ઘરે ઘરે ગેરંટી પત્રિકાનું વિતરણ......