মৰাণ নগৰত প্ৰৱেশ কৰাৰ লগে লগে সাৰি যাব নোৱাৰিব দুস্কৃতি কাৰী অথবা অপৰাধী। চি চি কেমেৰাই নিৰিক্ষণ কৰিব তেওঁলোকৰ গতিবিধি। আজিৰ পৰা আৰম্ভ হৈছে মৰাণ নগৰত চি চি কেমেৰা স্থাপনৰ কাম। বিচিপিএলৰ চি এইচ আচঁনিৰে পাঁচ লাখ টকা ডিব্ৰুগড় জিলা আয়ুক্তৰ সহযোগত চি চি কেমেৰা স্থাপনৰ বাবে আগবঢ়োৱা হৈছে ইয়াৰে প্ৰথম কিস্তি হিচাবে দু ই লাখ পঞ্চলিশ হেজাৰ টকাৰে পাঁচটা চি চি কেমেৰা স্থাপনৰ ব্যৱস্থা কৰা হৈছে।পৰৱৰ্তী সময়ত আৰু পাঁচটা চি চি কেমেৰা স্থাপন কৰা হ'ব। এইকাৰ্যৰ শুভাৰম্ভ কৰে।মৰাণ ৰাজহ চক্ৰ বিষয়া ড° সংগীতা শৰ্মা আৰু আৰক্ষী চক্ৰ পৰিদৰ্শক নীল কমল বৰুৱাই। এই কাৰ্য্যসূচীত উপস্থিত থাকে সমাজ কৰ্মী মিলু খান, প্ৰাক্তন ছাত্ৰ নেতা তথা সমাজ কৰ্মী পবিত্ৰ চুতীয়া, আৰু শান্তি কমিটিৰ সভাপতি খগেন ভঁৰালী বিবেক আগৰৱালা আদি।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભચાઉ ના જંગી પાસેના કાંઠા વિસ્તારમાં મીઠાના પાળામાં બે ઊંટ ફસાયા...
ભચાઉ ના જંગી પાસેના કાંઠા વિસ્તારમાં મીઠાના પાળામાં બે ઊંટ ફસાયા...
_માલધારીઓએ...
মৰাণ লাচিত নগৰৰ ৰাম গগৈ পথত দিন দুপৰতে চোৰৰ চাফাই অভিযান, প্ৰায় তিনি লাখ মান টকাৰ সোণৰ গহণা চুৰি
মৰাণ লাচিত নগৰৰ ৰাম গগৈ পথতত দিন দুপৰতে চোৰৰ চাফাই অভিযান, প্ৰায় তিনি লাখ মান টকাৰ সোণৰ গহণা চুৰ
બનાસકાંઠા જિલ્લામાં અકસ્માતનો સિલસિલો યથાવત
બનાસકાંઠા જિલ્લામાં અકસ્માતનો સિલસિલો યથાવત
Samsung Galaxy A35 और Galaxy A55 की कीमत आई सामने, यहां जानिए ऑफर्स और डिस्काउंट
कुछ समय पहले ही Samsung ने भारत में अपने दो नए मिड रेंज फोन को लॉन्च किया है। ये दोनों स्मार्टफोन...