তিনিচুকীয়া চহৰৰ ঐতিহাসিক দেৱী পুখুৰীত যোৱা তিনিদিন ধৰি পালন কৰা হৈছে মহাবিৰি ঝণ্ডোৎসৱ।

বৃহস্পতিবাৰে তিনিচুকীয়াৰ ঐতিহাসিক দেৱীপুখুৰীৰ পৰা মহাবিৰি ঝণ্ডোৎসৱ পালনৰ তৃতীয় দিনা শ্ৰী মহাবিৰি ঝণ্ডোৎসৱৰ এক মহৎ ধৰ্মীয় শোভাযাত্ৰা বাহিৰ কৰে ।

শোভাযাত্ৰাত তিনিচুকীয়াৰ বিভিন্ন সম্প্ৰদায়ৰ  লোকে মুকলিকৈ অংশগ্ৰহণ কৰি জয় শ্ৰী ৰাম, জয় হনুমান আদি বিভিন্ন শ্লোগান প্ৰদান কৰা পৰিলক্ষিত হয় ।