বাক্সা: দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অহা ১৩ ৰ পৰা ১৫ আগষ্টলৈ পালিত হ'বলগীয়া "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি বাক্সা জিলা প্ৰশাসনে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত জিলা সদৰ মুছলপুৰত ৰাইজৰ বাবে এটা জাতীয় পতাকা বিক্ৰী কেন্দ্ৰ মুকলি কৰে ৷ কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে জিলা উপায়ুক্ত মাচান্দা মাগডালিন পাৰ্টীনে ৷ কেন্দ্ৰটো মুকলি কৰি উপায়ুক্ত গৰাকীয়ে জিলাখনৰ মুঠ ৮১৪৮ টা আত্মসহায়ক গোটৰ জৰিয়তে ৯০ হাজাৰ পতাকা বিক্ৰীৰ বাবে সাজু কৰি তোলা বুলি উল্লেখ কৰে ৷ আজিৰ উক্ত অনুষ্ঠানত জিলাখনৰ সহকাৰী আয়ুক্ত নিজৰা বড়ো, জিলা গ্ৰামীণ জীৱিকা অভিযানৰ প্ৰকল্প বিষয়া চন্দন তালুকদাৰ, জিলা মীন উন্নয়ন বিষয়া নীলো দাসো উপস্থিত থাকে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सूरजकुंड धाम सरोवर पर सप्ताहिक गंगा आरती में कार्यक्रम का हुआ आयोजन।
-वरिष्ठ समाज सेविका सुधा मोदी ने किया सूर्यकुण्ड धाम में गंगा आरती।
-सूर्यकुण्ड धाम सरोवर पर...
ધ્રાંગધ્રા નગરપાલિકાના પ્રમુખ ખુદ ઓનલાઇન ઠગનો શિકાર બન્યા
ધ્રાંગધ્રા નગરપાલિકાના પ્રમુખ ખુદ ઓનલાઇન ઠગનો શિકાર બન્યા
MS યુનિવર્સિટીમાં ચંદન ચોર ત્રાટક્યા
#buletinindia #gujarat #vadodara
मंत्री श्री कावरे ने गांगुलपरा नहर के सीमेंटीकरण के लिए 4 करोड़ 27 लाख स्वीकृति करायें
( अतिरिक्त भूमि होगी सिंचित, पानी का अपव्यय रुकेगा)
माननीय राज्यमंत्री श्री रामकिशोर नानो कावरे द्वारा परसवाड़ा विधानसभा क्षेत्र के अंतर्गत आने...
ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ৰ উদ্যোগত ৰক্তদান শিবিৰ : আৰক্ষী বিষয়া ৰাজু ছেত্ৰীৰো ৰক্তদান
ৰাষ্ট্ৰীয় ৰক্তদান দিৱস আৰু অসম আৰক্ষী দিৱসত ডিব্ৰুগড়ৰ জ্যোতিনগৰ অঞ্চলত অৱস্থিত মাৰোৱাৰী আৰোগ্য...