খাৰুপেটীয়া টাইগাৰ ক্লাবৰ উদ্যোগত ত্ৰিৰংগা ৰেলী

দলগাঁৱৰ খাৰুপেটীয়া ১৫ নং ৰাষ্ট্ৰীয়পথত স্বেচাসেৱী অনুষ্ঠান আজাদী কা অমৃত মহোৎসৱৰ ত্ৰিৰংগা যাত্ৰা

অনুষ্ঠানটোৰ বিষয ববীয়াসকলৰ নেতৃত্বত শ শ বাইক আৰু ই ৰিক্সাত জাতীয় পতাকা বান্ধি লৈ বন্দেমাতৰম, ভাৰত মাতা কি জয়, আজাদী কা অমৃত মহোৎসৱ পালন কৰক ইত্যাদি শ্লোগানেৰে সমদলকাৰীসকলে খাৰুপেটীয়া টাউনৰ ৰাজপথ মূখৰিত কৰি তোলে