বাক্সা: দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অহা ১৩ ৰ পৰা ১৫ আগষ্টলৈ পালিত হ'বলগীয়া "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি বাক্সা জিলা প্ৰশাসনে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত জিলা সদৰ মুছলপুৰত ৰাইজৰ বাবে এটা জাতীয় পতাকা বিক্ৰী কেন্দ্ৰ মুকলি কৰে ৷ কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে জিলা উপায়ুক্ত মাচান্দা মাগডালিন পাৰ্টীনে ৷ কেন্দ্ৰটো মুকলি কৰি উপায়ুক্ত গৰাকীয়ে জিলাখনৰ মুঠ ৮১৪৮ টা আত্মসহায়ক গোটৰ জৰিয়তে ৯০ হাজাৰ পতাকা বিক্ৰীৰ বাবে সাজু কৰি তোলা বুলি উল্লেখ কৰে ৷ আজিৰ উক্ত অনুষ্ঠানত জিলাখনৰ সহকাৰী আয়ুক্ত নিজৰা বড়ো, জিলা গ্ৰামীণ জীৱিকা অভিযানৰ প্ৰকল্প বিষয়া চন্দন তালুকদাৰ, জিলা মীন উন্নয়ন বিষয়া নীলো দাসো উপস্থিত থাকে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
World Cup 2023 Points Table Update: Pakistan की जीते से प्वाइंट्स टेबल पर बड़ा उलटफेर, टॉप पर कौन?
World Cup 2023 Points Table Update: Pakistan की जीते से प्वाइंट्स टेबल पर बड़ा उलटफेर, टॉप पर कौन?
Special Report: Now MBBS In Marathi | आता मराठीतून डॉक्टर व्हा! पाहा स्पेशल रिपोर्ट
Special Report: Now MBBS In Marathi | आता मराठीतून डॉक्टर व्हा! पाहा स्पेशल रिपोर्ट
સરકારનો વિરોધ કરનાર ‘સાંસદો’ને રાતભર મચ્છર કરડ્યા ! 50 કલાકથી ચાલુ છે આંદોલન
રાજ્યસભામાંથી સસ્પેન્ડ કરાયેલા વિપક્ષી દળોના સાંસદો સંસદ પરિસરમાં ગાંધી પ્રતિમાની સામે છેલ્લા 50...
Shivraj Patil @12th MIT WPU bhartiya chhatra sansad #pune
Shivraj Patil @12th MIT WPU bhartiya chhatra sansad #pune