সোণাৰিৰ সামাজিক -সাংস্কৃতিক অনুষ্ঠান সমলয় গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হোৱা শিশু নাট কৰ্মশালাৰ অংশ হিচাপে আজি সোণাৰিত বিশেষ নাট্য সন্ধিয়াৰ আয়োজন কৰা হৈছে। সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত সন্ধিয়াৰপৰা আৰম্ভ হোৱা এই নাট্য সন্ধিয়াত শিশু শিল্পী সকলৰ দ্বাৰা দুখন শিশুনাট মঞ্চস্থ কৰা হ'ব। সোণাৰি সমলয় গোষ্ঠীৰ সভাপতি উৎপল গগৈয়ে এই সন্দৰ্ভত জানিবলৈ দিয়া অনুসৰি নাট্যকাৰ, পৰিচালক এডিচন দেউৰীৰ "বানে ধোৱা গাঁও" আৰু এডিচন দেউৰীৰ পৰিচালনাত, নাট্যকাৰ হবীব তনবীৰ, অনুবাদক ভগীৰথী বাঈ ইছলাম আৰু অনুপ হাজৰিকাৰ "চৰণ দাস চোৰ" এই দুখন শিশু নাট মঞ্চস্থ কৰিব গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Mohammed Siraj के फैन हुए Anand Mahindra, तोहफे में देंगे SUV Car? | India Vs Srilanka Asia Cup 2023
Mohammed Siraj के फैन हुए Anand Mahindra, तोहफे में देंगे SUV Car? | India Vs Srilanka Asia Cup 2023
ડીસામાં માર્કેટયાર્ડના વિવાદમાં પૂર્વ ધારાસભ્યને રબારી સમાજનું સમર્થન
ઉત્તર ગુજરાતની અગ્રણ્ય ગણાતી ધી ખેતીવાડી ઉત્પન્ન બજાર સમિતિ ડીસાના ચેરમેન અને પૂર્વ ધારાસભ્ય...
*केशोरायपाटन: स्वर्गीय श्री रमेश चंद्र जी की चतुर्थ पुण्यतिथि पर आयोजित विशेष कार्यक्रम**
केशोरायपाटन के राजकीय बालिका उच्च माध्यमिक विद्यालय में स्वर्गीय श्री रमेश चंद्र जी नामा की...
બોટાદ વરસાદ અપડેટ || જિલ્લાના રાણપુર શહેર અને તાલુકામાં વરસાદી માહોલ
બોટાદ વરસાદ અપડેટ || જિલ્લાના રાણપુર શહેર અને તાલુકામાં વરસાદી માહોલ