মৰাণ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই মৰাণ নগৰত বিক্ৰী কৰিবলৈ অনা চুৰি মবাইল চাৰিটা, দুটা লেপটপ সহ তিনিটা চোৰক।আটক কৰে।উল্লখ্য যেকিছুদিনৰ পূৰ্বে ফ্লিপকাৰ্ট, এমাজনআদি কোম্পানীৰ বস্তু ডেলিভাৰ কৰাল'ড চেয়াৰ প্ৰাইভেট লিমিটেডৰ পৰা পায় ২০ লক্ষাধিক টকাৰ সামগ্ৰী।চুৰি হৈছিল। সেই সন্দৰ্ভত যোৱা নিশা মৰাণ আৰক্ষী থানাই মৰাণ নগৰত অভিযান চলাই ডিব্ৰুগড়ৰ বিজিত গগৈ, বিষ্ণু গগৈ আৰু বিদ্যুত সন্দিকৈক প্ৰায় দুই লাখ টকাৰ চুৰি সামগীসহ আটক কৰে।ইয়াৰে বিষ্ণু গগৈ আৰু বিজিত গগৈল'ড চেয়াৰ প্ৰাইভেট লিমিটেডৰ অস্থায়ী কৰ্মচাৰী।বত্তৰ্মান আৰক্ষীৰ তদন্ত।অব্যাহত আছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
शक्तिकांत दास लगातार दूसरे साल दुनिया के टॉप-बैंकर बने:RBI गवर्नर को ग्लोबल फाइनेंस ने दिया यह अवॉर्ड
रिजर्व बैंक ऑफ इंडिया यानी RBI गवर्नर शक्तिकांत दास लगातार दूसरे साल दुनिया के टॉप सेंट्रल बैंकर...
Big Update On Chandrayaan-3 Live: ऑस्ट्रेलियाई समुद्रतट पर चंद्रयान-3 का मलबा? | ISRO |Breaking News
Big Update On Chandrayaan-3 Live: ऑस्ट्रेलियाई समुद्रतट पर चंद्रयान-3 का मलबा? | ISRO |Breaking News
जनशक्ती' च्या बागड़ी आंदोलनासमोर बांधकाम विभागाचे अधिकारी झुकले अस आंदोलन कधी पाहिल नसेल
जनशक्ती' च्या बागड़ी आंदोलनासमोर बांधकाम विभागाचे अधिकारी झुकले अस आंदोलन कधी पाहिल नसेल
Jain Community | "Sparsh Mahotsav" from 15th to 26th January | GMDC Ground Ahmedabad
Jain Community | "Sparsh Mahotsav" from 15th to 26th January | GMDC Ground Ahmedabad
দুধনৈত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দলঙৰ ৰেলিং ভাঙি পানীত পৰিল পলাশবাৰী আৰক্ষীৰ বাহন। দুৰ্ঘটনাত আহত এগৰাকী আচামী সহ আৰক্ষীৰ ৬ গৰাকী লোক। আছে এগৰাকী মহিলা কনিষ্টবল ও ৷
দুধনৈত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দলঙৰ ৰেলিং ভাঙি পানীত পৰিল পলাশবাৰী আৰক্ষীৰ বাহন। দুৰ্ঘটনাত আহত এগৰাকী...