দৰং ৰ দলগাঁও বিধানসভা সমষ্টি ৰ অন্তৰ্গত খাৰুপেটীয়া নগৰ ৰ পৰা ভকতপাৰা লৈ যোৱা পথৰ বাহাবাৰী গাঁও ত মৰণ ফান্দ সদৃশ বাঁহৰ সাঁকো ৰে যাতাযত কৰিছে শ শ পথচাৰী । ৰোগীয়ে চিকিৎসালয় ত বা কৃষক কে বজাৰত আহিবলৈ ৮-১০ কিলোমিটাৰ ঘূৰি আহিব লগীয়া হয় । তিনি বছৰ পূৰ্ব ত ২৫ লাষধিক টকা ত নিৰ্মান কৰা হৈছিল এটা কালভাৰ্ট কিন্তু নিম্ন মান ৰ কাম হোৱা বাবদ নিৰ্মান ৰ কিছু মাহৰ পাছত খহি পৰে কালভাৰ্ট । কালভাৰ্ট খহি পৰা পাছত ৰাইজে শ্ৰম আৰু অৰ্থ দান কৰি নিৰ্মান কৰিছিল বাঁহৰ সাঁকো আৰু আজি লৈ যম যাতনা ভুগি মৰণ ফান্দ সদৃশ্য বাঁহৰ সাঁকো ৰে যাত্ৰা কৰিছে শ শ যাত্ৰী ।বিভাগীয় কৃতিপক্ষ তৰফৰ পৰা আজি লৈ কালভাৰ্ট পুনঃ নিৰ্মান ক্ষেত্ৰত কোনো প্ৰচেষ্টা হাতত লোৱা দেখা নগল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ससुराल में पत्नी को लेने गए युवक की मौत का मामला, परिजनों ने ससुराल पक्ष पर लगाया आरोप
कोटा. जिले के सांगोद थाना क्षेत्र के विनोद खुर्द गांव में पत्नी को लेने गए एक युवक की ससुराल में...
Priyanka Gandhi ने मोदी सरकार पर साधा निशाना, कहा- Madhya Pradesh में छल कर बनी है सरकार | Aaj Tak
Priyanka Gandhi ने मोदी सरकार पर साधा निशाना, कहा- Madhya Pradesh में छल कर बनी है सरकार | Aaj Tak
গুইজান ব্ল’কৰ সন্মুখত আদিবাসী সেঙ্গেল অভিযান, অসম জিলা সমিতিৰ ধৰ্ণা কায্যসূচী
গুইজান ব্ল’কৰ সন্মুখত আদিবাসী সেঙ্গেল অভিযান, অসম জিলা সমিতিয়ে সাব্যস্ত কৰে ধৰ্ণা...
Gurugram में हुई बारिश ने खोली प्रशासन की पोल, Traffic हुआ जाम तो कंपनियों दिया work from home
बुधवार की सुबह से ही गुरुग्राम में हो रही बारिश ने गर्मी से तो राहत दे दी लेकिन सड़कों को डुबोकर...