ৰাজ্য চৰকাৰে কৰম পূজাক লৈ দিয়া এখন জাননীক লৈ ৰাজ্যযুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে মংঙ্লবাৰে বাগিচাই বাগিচাই শ্ৰমিক সকলে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। কিয়নো চাহ জনগোষ্ঠীয় সংগঠন সমূহৰ লগতে চাহ শ্ৰমিক সকলে দীৰ্ঘদিনৰ পৰা কৰম পূজাত বাগিচা বন্ধ দিবলৈ চৰকাৰক আহ্বান জনাই আহিছিল যদিও সেইয়া এইবাৰো চৰকাৰকে কাৰ্যকৰী নকৰিলে । ইয়াৰ সলনি চৰকাৰে কৰম পূজাত মজুৰিসহ ছুটিৰ পৰিৱৰ্তে 'বদলি ছুটি' দিয়াৰ বাবে জাননী জাৰি কৰিলে। অৰ্থাৎ কৰম পূজাত ছুটি ল'লে এই ছুটিৰ সলনি আন এদিন অতিৰিক্তভাৱে বাগিচাত কাম কৰিব লাগিব চাহ শ্ৰমিকে। ইয়াৰ পাছতে আৰম্ভ হ'ল বাগিচাই বাগিচাই শ্ৰমিকৰ প্ৰতিবাদ। চাহ শ্ৰমিকৰ ভোটেৰে শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰৰ এই হঠকাৰী নীতিক কঠোৰ সমালোচনা কৰিলে প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী জ্যেষ্ঠ কংগ্ৰেছ নেতা এতুৱা মুণ্ডাই । মৰাণত কংগ্ৰেছ নেতা জনে চৰকাৰক সমালোচনা কৰি কয়, চৰকাৰে কৰম পূজাক অপমান কৰিছে। মোডী ডিব্ৰুগড়লৈ আহোতে বাগিছা বন্ধ দি আৰু শ্ৰমিকক মজুৰি দিছিল চৰকাৰে কিন্তু কৰম পূজাত শ্ৰমিকক মজুৰিসহ ছুটী দিয়াৰ নকৰি চাহ জনগোষ্ঠী আৰু আদিবাসী ৰাইজৰ কৰম পূজাক অপমান কৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
PORBANDAR પોરબંદર વિધાનસભા બેઠક પર આ વખતે ર,૬પ,ર૭૪ મતદાર નોંધાયા 19 11 2022
PORBANDAR પોરબંદર વિધાનસભા બેઠક પર આ વખતે ર,૬પ,ર૭૪ મતદાર નોંધાયા 19 11 2022
योगाभ्यास नदियों के किनारे कराए जाएंगे निर्माण जिलाधिकारी
योगाभ्यास नदियों के किनारे कराए जाएंगे निर्माण जिलाधिकारी
जनपद जौनपुर में,जिलाधिकारी श्री डॉ0...
टेस्ट में पहली बार 500 रन बनाकर पारी से हार:पाकिस्तान ने 556 रन बनाए थे, इंग्लैंड ने 823 बनाए
टेस्ट क्रिकेट के इतिहास में पहली बार कोई टीम 500 से ज्यादा रन बनाने के बाद भी मैच हार गई। यह...
আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান
আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান