ৰাজ্য চৰকাৰে কৰম পূজাক লৈ দিয়া এখন জাননীক লৈ ৰাজ্যযুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে মংঙ্লবাৰে বাগিচাই বাগিচাই শ্ৰমিক সকলে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। কিয়নো চাহ জনগোষ্ঠীয় সংগঠন সমূহৰ লগতে চাহ শ্ৰমিক সকলে দীৰ্ঘদিনৰ পৰা কৰম পূজাত বাগিচা বন্ধ দিবলৈ চৰকাৰক আহ্বান জনাই আহিছিল যদিও সেইয়া এইবাৰো চৰকাৰকে কাৰ্যকৰী নকৰিলে । ইয়াৰ সলনি চৰকাৰে কৰম পূজাত মজুৰিসহ ছুটিৰ পৰিৱৰ্তে 'বদলি ছুটি' দিয়াৰ বাবে জাননী জাৰি কৰিলে। অৰ্থাৎ কৰম পূজাত ছুটি ল'লে এই ছুটিৰ সলনি আন এদিন অতিৰিক্তভাৱে বাগিচাত কাম কৰিব লাগিব চাহ শ্ৰমিকে। ইয়াৰ পাছতে আৰম্ভ হ'ল বাগিচাই বাগিচাই শ্ৰমিকৰ প্ৰতিবাদ। চাহ শ্ৰমিকৰ ভোটেৰে শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰৰ এই হঠকাৰী নীতিক কঠোৰ সমালোচনা কৰিলে প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী জ্যেষ্ঠ কংগ্ৰেছ নেতা এতুৱা মুণ্ডাই । মৰাণত কংগ্ৰেছ নেতা জনে চৰকাৰক সমালোচনা কৰি কয়, চৰকাৰে কৰম পূজাক অপমান কৰিছে। মোডী ডিব্ৰুগড়লৈ আহোতে বাগিছা বন্ধ দি আৰু শ্ৰমিকক মজুৰি দিছিল চৰকাৰে কিন্তু কৰম পূজাত শ্ৰমিকক মজুৰিসহ ছুটী দিয়াৰ নকৰি চাহ জনগোষ্ঠী আৰু আদিবাসী ৰাইজৰ কৰম পূজাক অপমান কৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
'इलेक्शन कमीशन जल्द दे दखल', TMC ने हेमंत सोरेन और केजरीवाल का नाम लेकर क्यों मांगी मदद
Bengal news तृणमूल कांग्रेस ने भाजपा पर हमलावर रुख अपना रखा है। आज तृणमूल नेताओं ने भाजपा पर...
संवेदनशील परंपरा, संवेदनशील सरकार, संवेदनशील निर्णय! 'श्रमेव जयते' देश का मंत्र बन रहा है!
संवेदनशील परंपरा, संवेदनशील सरकार, संवेदनशील निर्णय! 'श्रमेव जयते' देश का मंत्र बन रहा है!
INDIA Alliance Meeting: Delhi में AAP और Congress की बैठक खत्म, सामने आया Mukul Wasnik का बयान
INDIA Alliance Meeting: Delhi में AAP और Congress की बैठक खत्म, सामने आया Mukul Wasnik का बयान
शनिवार को पेट्रोल और डीजल के रेट जारी कर दिया हैं
सरकारी तेल कंपनियों ने शनिवार को पेट्रोल और डीजल के रेट (Petrol Diesel Rate Today) जारी कर दिया...