ৰাজ্য চৰকাৰে কৰম পূজাক লৈ দিয়া এখন জাননীক লৈ ৰাজ্যযুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে মংঙ্লবাৰে বাগিচাই বাগিচাই শ্ৰমিক সকলে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। কিয়নো চাহ জনগোষ্ঠীয় সংগঠন সমূহৰ লগতে চাহ শ্ৰমিক সকলে দীৰ্ঘদিনৰ পৰা কৰম পূজাত বাগিচা বন্ধ দিবলৈ চৰকাৰক আহ্বান জনাই আহিছিল যদিও সেইয়া এইবাৰো চৰকাৰকে কাৰ্যকৰী নকৰিলে । ইয়াৰ সলনি চৰকাৰে কৰম পূজাত মজুৰিসহ ছুটিৰ পৰিৱৰ্তে 'বদলি ছুটি' দিয়াৰ বাবে জাননী জাৰি কৰিলে। অৰ্থাৎ কৰম পূজাত ছুটি ল'লে এই ছুটিৰ সলনি আন এদিন অতিৰিক্তভাৱে বাগিচাত কাম কৰিব লাগিব চাহ শ্ৰমিকে। ইয়াৰ পাছতে আৰম্ভ হ'ল বাগিচাই বাগিচাই শ্ৰমিকৰ প্ৰতিবাদ। চাহ শ্ৰমিকৰ ভোটেৰে শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰৰ এই হঠকাৰী নীতিক কঠোৰ সমালোচনা কৰিলে প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী জ্যেষ্ঠ কংগ্ৰেছ নেতা এতুৱা মুণ্ডাই । মৰাণত কংগ্ৰেছ নেতা জনে চৰকাৰক সমালোচনা কৰি কয়, চৰকাৰে কৰম পূজাক অপমান কৰিছে। মোডী ডিব্ৰুগড়লৈ আহোতে বাগিছা বন্ধ দি আৰু শ্ৰমিকক মজুৰি দিছিল চৰকাৰে কিন্তু কৰম পূজাত শ্ৰমিকক মজুৰিসহ ছুটী দিয়াৰ নকৰি চাহ জনগোষ্ঠী আৰু আদিবাসী ৰাইজৰ কৰম পূজাক অপমান কৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વીર નર્મદ યુનિવર્સિટી નો 54 માં પદવીદાન સમારોહ યોજાયો.
વીર નર્મદ યુનિ.નો ૫૪મો પદવીદાન સમારોહ
૫૦ વર્ષ બાદ ‘શિક્ષણની સેકન્ડ ઈનિંગ’: ૭૧...
महाराष्ट्रात होणारा टाटा एअरबस प्रकल्प गुजरातमध्ये होणार: विरोधकांनी शिंदे सरकारवर उठवली टीकेची झोड; उद्योगमंत्री म्हणाले...
राज्याच्या वाट्याला आलेले मोठे प्रकल्प हे गुजरातने पळवण्यावरुन आतापर्यंत चांगलंच राजकारण तापलंय....
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম জয়ন্তীৰ উপলক্ষে কৰ্দৈগুৰি গাঁও পঞ্চায়তৰ বিভিন্ন ধৰণৰ আঁচনি কায্যকৰি ৰূপ দিয়াত ব্যস্ত সভানেত্ৰী জেউতি মৰাণ
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম জয়ন্তীৰ উপলক্ষে কৰ্দৈগুৰি গাঁও পঞ্চায়তৰ বিভিন্ন ধৰণৰ...
দীঘলা চাপৰি আৰু ঘটাপৰাত ঢকুৱাখনা আবকাৰী বিভাগৰ অভিযান।
দীঘলা চাপৰি আৰু ঘটাপৰাত ঢকুৱাখনা আবকাৰী বিভাগে অভিযান চলাই ধবংস কৰিলে বৃহৎ পৰিমাণৰ চুলাই...
মৰঙীৰ মৌজাৰ জনপ্ৰিয় হোমি'অ পেথিৰ সুচিকিৎসক ডঃ মেৰাজউদ্দিন আহমেদৰ মৃত্যুত শোকৰ ছাঁ।
মৰঙীৰ বিশিষ্ট সমাজকৰ্মী, সাংস্কৃতিক কৰ্মী, আহমেদ ডঃ নামেৰে বৃহত্তৰ মৰঙীৰ মৌজাৰ জনপ্ৰিয় হোমি'অ...