ভাৰতবৰ্ষৰ লুব্ৰিকেন্টছ উৎপাদন ক্ষেত্ৰখনৰ অন্যতম প্ৰতিষ্ঠিত কোম্পানী মাইক' লুব্ৰিকেন্টছ ইণ্ডিয়া লিমিটেডৰ উদ্যোগত ঢকুৱাখনা নগৰৰ প্ৰতিষ্ঠিত ব্যবসায়িক প্ৰতিষ্ঠান সোৱণশিৰী ইঞ্জিনিয়াৰিং ৱৰ্কচৰ সহযোগত কালি গ্ৰাহক সজাগতা সভা অনুষ্ঠিত হয়। সোৱণশিৰী ইঞ্জিনিয়াৰিং ৱৰ্কচৰ সভা গৃহত বিয়লি অনুষ্ঠিত সজাগতা সভাত ১৯৮৬ চনৰ পৰাই লুব্ৰিকেন্টছ কোম্পানীটোৱে ভাৰতীয় আৰু বিদেশৰ লুব্ৰিকেন্টছ ক্ষেত্ৰখনলৈ আগবঢ়াই অহা গুণগত উৎপাদন , বাণিজ্যিকীকৰণ আৰু বিভিন্ন প্ৰকাৰৰ উৎপাদিত লুব্ৰিকেন্টছ , ব্যৱসায়িক আৰু ব্যক্তিগত বাহনৰ বাবে প্ৰয়োজনীয় লুব্ৰিকেন্টছৰ সন্দৰ্ভত বিশ্লেষণ আগবঢ়াই কোম্পানীটোৰ ৰিজিঅ'নেল প্ৰমুখ সোমনাথ গাঙ্গুলীয়ে । শতাধিক লুব্ৰিকেন্টছ ব্যৱসায়ী , বাণিজ্যিক বাহনৰ স্বত্বাধিকাৰী উপস্থিত থকা সভাত কোম্পানীটোৰ উত্তৰ পূৱৰ প্ৰবন্ধক কুন্তল চেটাৰ্জিয়ে গ্ৰাহকৰ চাহিদা অনুসাৰে উৎপাদিত উন্নত মানৰ তৈলজাত সামগ্ৰীৰ সন্দৰ্ভত উপস্থিত ৰাইজক অৱগত কৰি গ্ৰাহকৰ প্ৰতি গুণগত সেৱা আগবঢ়োৱাই মাইক' কোম্পানীৰ প্ৰধান লক্ষ্য উদ্দেশ্য বুলি কৈ গ্ৰাহকৰ বিশ্বাসযোগ্য এটা কোম্পানী হিচাবে ইতিমধ্যে এই গ্ৰাহকৰ স্বীকৃতি লাভ কৰা বুলি কয় । সভাত কোম্পানীটোৰ বিতৰত চানি চেতিয়া , অতুল দেৱান , সোৱণশিৰী ইঞ্জিনীয়াৰিংৰ স্বত্বাধিকাৰী সুৰেশ দাস ,অমিত দাস , বিশিষ্ট নাগৰিক ৰতন ফুকন আদি উপস্থিত থাকে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पंचायत समिति सांगोद में "प्रशासन गांवों की और" शिविर का आयोजन 21दिसंबर शनिवार को
सांगोद(बीएम राठौर). पंचायत समिति सभागार में उपखंड अधिकारी रामावतार मीणा की अध्यक्षता में 21...
Naveen Kulkarni's Stock Picks | Midcap, Small Cap में कमजोरी कुछ दिन और चलेगी | Business News
Naveen Kulkarni's Stock Picks | Midcap, Small Cap में कमजोरी कुछ दिन और चलेगी | Business News
বৰঝাৰৰ বিৰেন্দ্ৰ নগৰ আশ্ৰমত গোপাষ্টমী
বৰঝাৰৰ বিৰেন্দ্ৰ নগৰ আশ্ৰমত গোপাষ্টমী।সোণালী ধাননী পথাৰৰ চাৰিও পিনে ধান ছিঙিবলৈ ভিৰ কৰিছে ভক্ত...
Emotional First Aid Academy offers course to empower acid attack
November 25
Bangalore, Nov. 25; The certificates will be issued at the convocation...