নাহৰকটীয়াবাসিৰ বাবে ভাল খৱৰ। নাহৰকটীয়া চহৰত চি চি কেমেৰাৰ শুভ উন্মোচন। নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে নাহৰকটীয়া চহৰৰ বিভিন্ন স্থানত মুঠ ১৫ টা চি চি কেমেৰাৰ উন্মোচন কৰে।

নাহৰকটীয়া চহৰ খনৰ সুৰক্ষাৰ বাবে চি চি কেমেৰাৰ স্থাপন কৰাক লৈ নাহৰকটীয়াবাসী ৰাইজে ভুয়সী প্ৰশংসা কৰে স্থানীয় বিধায়ক তৰংগ গগৈক।