আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক জন্মজয়ন্তী।অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত জালুকবাৰীস্থিত ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত জন্মজয়ন্তী উদযাপন কৰে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে এই অনুষ্ঠানত।ভূপেন হাজৰিকাৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি সমাধিক্ষেত্ৰত সম্পন্ন হব কেইবাটাও অনুষ্ঠান, স্মৃতি তৰ্পণৰ দৰে কাৰ্যসূচী ।সমগ্ৰ ৰাজ্যবাসীয়ে আজি সোৱৰণ কৰিব সুধাকণ্ঠগৰাকীৰ সৃষ্টিৰাজীক।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
অসমৰ ছয় জনগোষ্ঠীক জনজাতীয় মৰ্যদা প্ৰদান নকৰাকলৈ ক্ষোভ কোঁচ ৰাজবংশীৰ ।
অসমৰ ছয় জনগোষ্ঠীক জনজাতীয় মৰ্যদা প্ৰদান নকৰাকলৈ ক্ষোভ কোঁচ ৰাজবংশীৰ ।
ರಾಜ್ಯ ಸರ್ಕಾರ ತಕ್ಷಣವೇ ಭೂ ವಿಜ್ಞಾನಿ ಮಧುಸೂದನ್ ಅವರನ್ನು ವಜಾಗೊಳಿಸಬೇಕೆಂದು ರವೀಂದ್ರ ಶೆಟ್ಟಿ ಅವರು ಒತ್ತಾಯಿಸಿದರು.
ಫೆಬ್ರವರಿ 12, 2024
ಬೆಂಗಳೂರು ಪ್ರೆಸ್ ಕ್ಲಬ್ ನಲ್ಲಿ ಇಂದು 'ಆಫ್ ಕರ್ನಾಟಕ ಕ್ವಾರಿ ಮತ್ತು...
नयापुरा थाना क्षेत्र में किशोर सागर तालाब के निकट मोटरसाइकिल डिवाइडर से टकराने पर युवक घायल MBS अस्पताल में भर्ती कोटा
नयापुरा थाना क्षेत्र में किशोर सागर तालाब के निकट मोटरसाइकिल डिवाइडर से टकराने पर युवक घायल MBS...
Israel Vs Hamas Conflict News: Israel ने सुरक्षा में हुई चूक को लेकर मानी अपनी गलती | Aaj Tak
Israel Vs Hamas Conflict News: Israel ने सुरक्षा में हुई चूक को लेकर मानी अपनी गलती | Aaj Tak