আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক জন্মজয়ন্তী।অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত জালুকবাৰীস্থিত ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত জন্মজয়ন্তী উদযাপন কৰে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে এই অনুষ্ঠানত।ভূপেন হাজৰিকাৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি সমাধিক্ষেত্ৰত সম্পন্ন হব কেইবাটাও অনুষ্ঠান, স্মৃতি তৰ্পণৰ দৰে কাৰ্যসূচী ।সমগ্ৰ ৰাজ্যবাসীয়ে আজি সোৱৰণ কৰিব সুধাকণ্ঠগৰাকীৰ সৃষ্টিৰাজীক।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
#गोरखपुर#बच्चों को असलहा दिखाकर दबंग दिखा रहा रौब
#गोरखपुर#बच्चों को असलहा दिखाकर दबंग दिखा रहा रौब
નાંખલના આદિવાસી યુવા કલાકારોનું જોરદાર પરફોર્મન્સ.... કલામહાકુંભમાં મચાવી ધૂમ...જુઓ
નાંખલના આદિવાસી યુવા કલાકારોનું જોરદાર પરફોર્મન્સ.... કલામહાકુંભમાં મચાવી ધૂમ...જુઓ
જિજ્ઞેશ મેવાણીનો જગદીશ વિશ્વકર્માને જવાબ, હાર પચાવતાં શીખો આવા સંસ્કાર શોભતા નથી
જીગ્નેશ મેવાણી નું નિવેદન
राष्ट्रीय स्वास्थ्य मिशन के तहत रोगियों का किया स्वास्थ्य परीक्षण
राष्ट्रीय स्वास्थ्य मिशन के तहत रोगियों का किया स्वास्थ्य परीक्षणबूंदी। राष्ट्रीय स्वास्थ्य मिशन...
গোলাঘাট জানপাৰ গোলামপটিত দিন দুপৰতে সাঁচি মাল চুৰি কাৰ্য্য ঘটনা সংঘটিত l গোলাঘাট জানপাৰ গোলামপটিত
গোলাঘাট জানপাৰ গোলামপটিত দিন দুপৰতে সাঁচি মাল চুৰি কাৰ্য্য ঘটনা সংঘটিত l গোলাঘাট জানপাৰ গোলামপটিত...