ভাৰতীয় জনতা পাৰ্টি চাহ জনগোষ্ঠী মৰ্চা অসম প্ৰদেশৰ তিনিচুকীয়াৰ মানৱ কল্যাণ পূজা ভৱনত তিনিদিনীয়াকৈ অনুষ্ঠিত হয় প্ৰশিক্ষণ আৰু কায্যনিৰ্বাহক সভা ৷ আজি শেষৰ দিনটোৰ কায্যসূচীত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাৰ লগতে শ্ৰম মন্ত্ৰী সঞ্জয় কিষান ৷ সভাপতিগৰাকীয়ে অনুষ্ঠানটোত উপস্থিত থাকি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লগতে বিভিন্ন দিশত মন্তব্য প্ৰদান কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ब्रतुकम्मा ब्रतुकम्मा उय्यालो" या सारखे लोकगीते म्हणत आमदार प्रणिती शिंदें सहभागी
ब्रतुकम्मा ब्रतुकम्मा उय्यालो" या सारखे लोकगीते म्हणत आमदार प्रणिती शिंदें सहभागी
ब्रतुकम्मा...
ડીસાના ભોંયણ ગામે ટ્રેનની અડફેટે આવતા માતા-પુત્રીનું મોત || સબંધ ભારત ન્યૂઝ || Sabandh Bharat News
ડીસાના ભોંયણ ગામે ટ્રેનની અડફેટે આવતા માતા-પુત્રીનું મોત || સબંધ ભારત ન્યૂઝ || Sabandh Bharat News
જામનગરમાં મોહરમના જુલુસ દરમિયાન તાજિયા પર કરંટ આવ્યો, 2ના મોત, 10 દાઝી ગયા, દર્દનાક અકસ્માત
ગુજરાતના જામનગરમાં એક મોટો અકસ્માત થયો છે. મહોરમની પૂર્વ સંધ્યાએ અહીં નિકળેલા જુલૂસ દરમિયાન વીજ...
কামৰূপ জিলা উপায়ুক্ত কীৰ্ত্তি জল্লীৰ খং
কামৰূপ জিলা উপায়ুক্ত কীৰ্ত্তি জল্লীৰ খং
ৰাজস্থানৰ দৰে অসম কংগ্ৰেছতো চলিছে যদুকুল ধবংসৰ আখৰা
ৰাজস্থানৰ দৰে অসম কংগ্ৰেছতো যদুকুল ধবংসৰ আখৰা চলি আছে নেকি? প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই...