ওদালগুৰি জিলাৰ কলাই গাঁও ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ওদালগুৰি জিলা সমিতিয়ে কলাই গাঁও থানাৰ সমিপত কুলশী শাকতোলা নৈৰ বানপানী গৰাখহনীয়া নিৰ্মূলৰ দাবী ৰ লগতে ভূটানৰ নামনিৰ খালিংদুৱাৰৰ জ্বালিমুখ শিঘ্ৰে নিৰ্মাণৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহন কৰে । কাৰ্যসূচী ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন স্লগান দি পৰিবেশ উত্তাল কৰি তোলে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
शंकराचार्य स्वामी स्वरूपानंद सरस्वती का निधन | 99 वर्ष की आयु में शंकराचार्य का निधन |
शंकराचार्य स्वामी स्वरूपानंद सरस्वती का निधन | 99 वर्ष की आयु में शंकराचार्य का निधन |
ડીસાના ભોયણમાં હનુમાનજીની મૂર્તિ ખંડીત કરતાં લોકોમાં આક્રોશ ભભૂક્યો
ડીસા તાલુકાના ભોયણ ગામે પવિત્ર શ્રાવણ માસમાં જ ગામમાં આવેલા નીલકંઠ મહાદેવના મંદિરમાં સ્થાપિત...
ৰহাত স্থানীয় শ্বহীদ দিৱস পালন,ৰহা আছুৰ বন্তি প্ৰজ্বলন কৰি বীৰ শ্বহীদক স্মৰণ ।
প্ৰত্যেক বৰ্ষৰ ১মাৰ্চটো ৰহা আঞ্চলিক ছাত্ৰ সন্থাই স্থানীয় শ্বহীদ দিৱস পালন কৰি অহাৰ ক্ৰমত আজি ৰহা...