শোনিতপুৰৰ খনামুখত পুনৰ ড্ৰাগছ জব্দ। 

খনামুখ ৰ কেকোকলি গাওঁত চাৰিদুৱাৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ড্ৰাগছ

ঘটনা সন্দৰ্ভত মাৰ্জিনা খাটুন আৰু আব্দুল ৰহমানক আটক। লগতে জব্দ কৰে এখন মটৰ চাইকেলো

জব্দকৃত ড্ৰগছখিনিৰ মূল্য প্ৰায় ৩০০০০ টকা হব বুলি আৰক্ষী সুত্ৰত প্ৰকাশ