মানৱ অংগ ব্যৱসায়ীৰ কৱলত কাজিৰঙাৰ যুৱক৷কিডনী, চকু উলিয়াই নৃশংসভাৱে হত্যা কৰাৰ সন্দেহ কাজিৰঙাৰ গেলেকী নিবাসী দিপুল কলিতা নামৰ যুৱকজনক।দিপুলৰ পৰিয়ালৰ অভিযোগ কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভনেৰে চুবুৰীয়া চাৰিজন যুৱকে দিপুলক লৈ গৈছিল অন্ধ্ৰপ্ৰদেশলৈ।যোৱা ১০ আগষ্টত অন্ধ্ৰপ্ৰদেশলৈ যোৱাৰ পিছৰে পৰা পৰিয়ালৰ লগত কোনো যোগাযোগ নাছিল যুৱকজনৰ।পৰৱৰ্তী সময়ত ২৪ আগষ্টত দিপুলৰ মৃতদেহ উদ্ধাৰ হয় অন্ধ্ৰপ্ৰদেশৰ বিজয়াবাড়াত।আনহাতে নিৰুদ্দেশ হোৱাৰ পাছত পৰিয়ালৰ লোকে অন্ধ্ৰপ্ৰদেশত বহু বিচাৰ খোচাৰ কৰিও সন্ধান উলিয়াব নোৱাৰিলে দিপুলৰ।ইপিনে সমগ্ৰ ঘটনাটোত বোকাখাত আৰু কহঁৰা আৰক্ষীৰ ভূমিকাক লৈ সৃষ্টি হৈছে প্ৰশ্নৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Aurangabad : महिला अधिकाऱ्यांचा विनयभंग करणाऱ्या अधिकाऱ्यांवर कार्यवाहीची अपेक्षा
Aurangabad : महिला अधिकाऱ्यांचा विनयभंग करणाऱ्या अधिकाऱ्यांवर कार्यवाहीची अपेक्षा
"ಗೃಹ ಲಕ್ಷ್ಮೀ ಯೋಜನೆ"ಗೆ ಜುಲೈ 15 ಕೊನೆಯ ದಿನಾಂಕವಲ್ಲ - ಡಿಸಿಎಂ ಡಿ.ಕೆ. ಶಿವಕುಮಾರ್
ಕಾಂಗ್ರೆಸ್ ಪಕ್ಷದ ಗ್ಯಾರಂಟಿಗಳಲ್ಲಿ ಒಂದಾದ "ಗೃಹ ಲಕ್ಷ್ಮೀ ಯೋಜನೆ"ಗೆ ಜುಲೈ 15 ಕೊನೆಯ ದಿನಾಂಕವಲ್ಲ ಎಂದು ಡಿಸಿಎಂ...
Parliament Winter Session: आपराधिक कानूनों को बदलने के लिए 3 नए विधेयक राज्यसभा में किए जाएंगे पेश, टेलीकम्युनिकेशन बिल भी लाएगी सरकार
नई दिल्ली। संसद के शीतकालीन सत्र का गुरुवार को चौदहवां दिन है। दोनों सदनों की कार्यवाही सुबह...
शिक्षकों ने लिया प्रकृति बचाने का संकल्प
करीरी स्कूल में पौधारोपण कर प्रकृति बचाने का लिए संकल्प
नैनवा।राजकीय उच्च प्राथमिक विद्यालय करीरी...
ঢেকীয়াল কাঠকটীয়াৰ এজন ব্যক্তি ৫ দিন ধৰি নিৰুদ্দেশ
গোলাঘাটৰ জিলাৰ ঢেকীয়াল কাঠকটীয়া নাথগাঁৱৰ এজন ব্যক্তি যোৱা ৫ দিনৰ পৰা নিৰুদ্দেশ হোৱাত সৃষ্টি...