মানৱ অংগ ব্যৱসায়ীৰ কৱলত কাজিৰঙাৰ যুৱক৷কিডনী, চকু উলিয়াই নৃশংসভাৱে হত্যা কৰাৰ সন্দেহ কাজিৰঙাৰ গেলেকী নিবাসী দিপুল কলিতা নামৰ যুৱকজনক।দিপুলৰ পৰিয়ালৰ অভিযোগ কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভনেৰে চুবুৰীয়া চাৰিজন যুৱকে দিপুলক লৈ গৈছিল অন্ধ্ৰপ্ৰদেশলৈ।যোৱা ১০ আগষ্টত অন্ধ্ৰপ্ৰদেশলৈ যোৱাৰ পিছৰে পৰা পৰিয়ালৰ লগত কোনো যোগাযোগ নাছিল যুৱকজনৰ।পৰৱৰ্তী সময়ত ২৪ আগষ্টত দিপুলৰ মৃতদেহ উদ্ধাৰ হয় অন্ধ্ৰপ্ৰদেশৰ বিজয়াবাড়াত।আনহাতে নিৰুদ্দেশ হোৱাৰ পাছত পৰিয়ালৰ লোকে অন্ধ্ৰপ্ৰদেশত বহু বিচাৰ খোচাৰ কৰিও সন্ধান উলিয়াব নোৱাৰিলে দিপুলৰ।ইপিনে সমগ্ৰ ঘটনাটোত বোকাখাত আৰু কহঁৰা আৰক্ষীৰ ভূমিকাক লৈ সৃষ্টি হৈছে প্ৰশ্নৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
शिरूरमध्ये बैल बाजार पुन्हा सुरू!
शिरूरमध्ये बैल बाजार पुन्हा सुरू!
કાલોલ શહેરમાં ગોપાષ્ટમી નિમિત્તે કામધેનુ ગૌ શાળા ખાતે "ગૌ" છપ્પન ભોગનું આયોજન કરાયું
કાલોલ શહેરના કલાલ ઝાંપા વેરાઇ માતાના મંદિરની બાજુમાં ગોપાષ્ટમી નિમિત્તે કામધેનુ ગૌ શાળા...
Paytm FASTAg कैंसिल कैसे करें? यहां जानिए सबसे आसान तरीका | Tech News
Paytm FASTAg कैंसिल कैसे करें? यहां जानिए सबसे आसान तरीका | Tech News
Breaking News: लश्कर के मोस्ट वांटेड आतंकी की POK में हत्या | Aaj Tak Latest News | Kashmir
Breaking News: लश्कर के मोस्ट वांटेड आतंकी की POK में हत्या | Aaj Tak Latest News | Kashmir