অসম গ্ৰামীন বিকাশ বেংক ঘগ্ৰাপাৰ শাখাৰ শাখা পৰিচালক জনে এজন শাৰিৰীক ভাবে অক্ষম লোকক এ টি এমৰ চিক্ৰেট্ কোড নং বিচাৰি যাওঁতে বহুতো কটু কথা শুনোৱাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে৷উল্লেখ্য যে বেংকটোৰ অধীনস্থ দেহাৰকুছি গাওঁৰ মহেশ চন্দ্ৰ শৰ্মা নামৰ এজন শাৰিৰীক অক্ষম লোকে যোৱা ১৮ আগষ্টতেে বেংকটোৰ শাখা পৰিচালক জনৰ ওচৰত তেওঁৰ এ টি এম কাৰ্ডৰ চিক্ৰেট্ নং বিচাৰি যাওঁতে মাতৃ সহ মহেশক বেংকৰ পৰা উলিৱাই দিয়ে৷ইমানে নহয় তেওঁলোক দুয়োজনকে কাৰ্ডখন ৰাখি বেংকৰ পৰা ওলাই যাৱলৈ হুমকি দিয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Triumph लाने जा रही 800cc की नई बाइक, 22 अक्टूबर को मारेगी एंट्री
Triumph अपनी एक नई बाइक लेकर आने वाली है। जिसका टीजर कंपनी की तरफ से जारी किया गया है। इस टीजर...
ડીસા સાંઈબાબા મંદિરની આગળ હિન્દુ યુવા સંગઠન ભારત બનાસકાંઠા દ્વારા શ્રદ્ધાંજલિ અર્પણ કાર્યક્રમ યોજાયો
ડીસા સાંઈબાબા મંદિરની આગળ હિન્દુ યુવા સંગઠન ભારત બનાસકાંઠા દ્વારા શ્રદ્ધાંજલિ અર્પણ કાર્યક્રમ યોજાયો
লংকাত স্থানীয় লোকক দুব্যৱহাৰ কৰাৰ অভিযোগত হোজাইৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তক নিলম্বন
লংকাত স্থানীয় লোকক দুব্যৱহাৰ কৰাৰ অভিযোগত হোজাইৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তক নিলম্বন।
এজন...
Market Latest IPO News: आज Doms Industries, India Shelter का खुलेगा IPO, निवेश से फायदा?
Market Latest IPO News: आज Doms Industries, India Shelter का खुलेगा IPO, निवेश से फायदा?