অসম গ্ৰামীন বিকাশ বেংক ঘগ্ৰাপাৰ শাখাৰ শাখা পৰিচালক জনে এজন শাৰিৰীক ভাবে অক্ষম লোকক এ টি এমৰ চিক্ৰেট্ কোড নং বিচাৰি যাওঁতে বহুতো কটু কথা শুনোৱাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে৷উল্লেখ্য যে বেংকটোৰ অধীনস্থ দেহাৰকুছি গাওঁৰ মহেশ চন্দ্ৰ শৰ্মা নামৰ এজন শাৰিৰীক অক্ষম লোকে যোৱা ১৮ আগষ্টতেে বেংকটোৰ শাখা পৰিচালক জনৰ ওচৰত তেওঁৰ এ টি এম কাৰ্ডৰ চিক্ৰেট্ নং বিচাৰি যাওঁতে মাতৃ সহ মহেশক বেংকৰ পৰা উলিৱাই দিয়ে৷ইমানে নহয় তেওঁলোক দুয়োজনকে কাৰ্ডখন ৰাখি বেংকৰ পৰা ওলাই যাৱলৈ হুমকি দিয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Tech News :- क्या है Google Family Link, कैसे करता है काम; बच्चे को स्मार्टफोन देने पर नहीं रहेगी किसी बात की टेंशन
गूगल अपने यूजर्स को फैमिली लिंक की सुविधा देता है। फैमिली लिंक की मदद से यूजर अपने बच्चे को...
BSF MEGHALAYA WELCOMED CYCLE RALLY AT THE INTERNATIONAL BORDER OF EAST JAINTIA HILLS
Khliehriāt: To mark the 75th Anniversary of Independence, the Border Security Force is organizing...
દિવાળી તો અધર્મ અને અસત્યના અંધકાર ઉપર ધર્મ અને સત્યના પ્રકાશનો વિજય છે
દિવાળી તો અધર્મ અને અસત્યના અંધકાર ઉપર ધર્મ અને સત્યના પ્રકાશનો વિજય છે