আজি পৰ্য্যন্ত মেৰামতি নহল বিগত এপ্ৰিল মাহতে ধুমুহাই বিধস্ত কৰা সানেকুছি ৰাজ্যিক চিকিৎসালয় গৃহটো৷উল্লেখ্য যে চলিত বৰ্ষৰ এপ্ৰিল মাহৰ ২২ তাৰিখে নিশা অহা প্ৰচণ্ড ধুমুহাই সানেকুছি ৰাজ্যিক চিকিৎসালয়ৰ গৃহটো তচনচ কৰি বিপৰ্যয় নমাই আনিছিল৷নলবাৰী জিলাৰ ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত উক্ত চিকিৎসালয় বিধস্তৰ পিচতে বিধিগত ভাবে সকলো বিভাগীয় কাৰ্য্যলয় আৰু জিলা উপায়ুক্তক অৱগত কৰিছিল৷আনকি বৰভাগ ৰাজহচক্ৰৰ চক্ৰ বিষয়াই নিজে আহি প্ৰত্যক্ষ কৰিছিল৷আনকি স্থানীয় বিধায়ক দিগন্ত বৰ্মনেও কমদিনৰ ভিতৰত মেৰামতি হব বুলি আশ্বাস দিছিল,কিন্তু দুৰ্ভাগ্যজনক কথা যে ২০২২ চন সমাপ্ত হোৱাৰ পথত যদিও আজি কোপতি চিকিৎসালয় গৃহটো মেৰামতি নহল৷বহুত কষ্টৰে চিকিৎসক তথা স্বাস্থ্য কৰ্মী সকলে ৰোগীৰ চিকিৎসা কাৰ্য্য চলাই আছে৷ভূক্তভোগি ৰাইজে অনতিপলমে চিকিৎসালয়ৰ গৃহটো মেৰামতিৰ দাবী কৰিছে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કરજણ શહેરમાં નાગરિકે ફૂલહાર,અગરબત્તીથી ખાડા પૂજન કર્યું
કરજણ શહેરમાં નાગરિકે ફૂલહાર,અગરબત્તીથી ખાડા પૂજન કર્યું
राम सिया राम गीत पर प्रहिता की प्रस्तुति मंच को किया राममय
राम सिया राम गीत पर प्रहिता की प्रस्तुति मंच को किया राममयकजली तीज मेला मंच पर हुई स्कूली बच्चों...
লাহৰীঘাটত হোটেলৰ মহিলা কৰ্মচাৰীক ধৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী হল হোটেলৰ স্বৰ্তাধিকাৰীৰ পুত্ৰ
লাহৰীঘাটত নিশা হোটেলৰ মহিলা কৰ্মচাৰীক ধৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী হল হোটেলৰ স্বৰ্তাধিকাৰীৰ...
2024 Porsche Taycan facelift ने ग्लोबल मार्केट मारी एंट्री, देखिए पावर और रेंज की डिटेल्स
नई Porsche Taycan facelift अब डिटेल्ड ऑप्टिक्स और एचडी-मैट्रिक्स एलईडी हेडलैंप के साथ आती है जबकि...