সদৌ আদিবাসী চাহ জনজাতি জাগৰণ সন্থা চমুকৈ আটজাৰ উদযোগত অহা ২৬ চেপ্তেম্বৰত কৰম পৰৱৰ আয়োজন কৰা হৈছে। আটজা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু চৰাইদেউ জিলা সমিতি তথা বৰটিমন বাগিছা চাহ মজদুৰ সংঘ আৰু বৰটিমন, সাপেখাতিবাসী ৰাইজৰ সহযোগত আয়োজন কৰা হৈছে ১৬ তম বাৰ্ষিক কৰম পৰৱ। বৰটিমন বাগিছা খেলপথাৰত আয়োজন কৰা এই অনুষ্ঠানত সকলোৰে সহযোগিতা কামনা কৰিছে আয়োজক সকলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
હરીશ ટોકીઝ પાસે લચ્છીની રેકડીમાં ધંધાર્થીને વિજશોક લાગતા મોત નિપજયુ
હરીશ ટોકીઝ પાસે લચ્છીની રેકડીમાં ધંધાર્થીને વિજશોક લાગતા મોત નિપજયુ
BMW iX1 EV 66.90 रुपये की शुरुआती कीमत पर भारत में लॉन्च, अगले महीने शुरू होगी डिलीवरी
BMW ने भारत में iX1 इलेक्ट्रिक एसयूवी को 66.90 लाख रुपये (एक्स-शोरूम) की कीमत पर लॉन्च किया है।...
03 11 22 ડભોઇ શ્રી રંગ અવધૂત મહારાજ ની 125મી જન્મ જ્યંતી ની ઉજવણી
03 11 22 ડભોઇ શ્રી રંગ અવધૂત મહારાજ ની 125મી જન્મ જ્યંતી ની ઉજવણી
Prashant Khemka's Bold Stock Picks | सभी Sector में तेजी जारी, Capital Goods सेक्टर्स में पैसा
Prashant Khemka's Bold Stock Picks | सभी Sector में तेजी जारी, Capital Goods सेक्टर्स में पैसा