ভাৰতবৰ্ষৰ লুব্ৰিকেন্ট উৎপাদনৰ অন্যতম প্ৰধান কোম্পানী মাইক লুব্ৰিকেন্ট ইণ্ডিয়া উদ্যোগত ঢকুৱাখনা নগৰৰ প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠান সোৱণশিৰী ইঞ্জিনীয়াৰিং ৱৰ্কচৰ সহযোগত কালি গ্ৰাহক সজাগতা সভা অনুষ্ঠিত হয় । সভাত ঢকুৱাখনা মহকুমাৰ ডেৰ শতাধিক খুচুৰা বিক্রেতা আৰু ব্যবসায়ীযে অংশগ্ৰহণ কৰে। সভাত কোম্পানীটোৰ উত্তৰ পূৱৰ প্ৰবন্ধক কুন্তল সেটাৰ্জী ,ৰিজিঅনেল প্ৰমুখ সোমনাথ গাঙ্গুলি , বিতৰক ছানি চেতিয়া, অতুল দেৱান , সোৱণশিৰী ইঞ্জিনীয়াৰিঙৰ স্বত্বাধিকাৰী সুৰেশ দাস ,অমৃত দাস ,বিশিষ্ট নাগৰিক ৰতন ফুকন আদি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে সজাগতা সভাত । সভাত মাইক লুব্ৰিকেন্ট কোম্পানীৰ ব্যক্তিগত বাণিজ্যিক লঘু গুৰু বাহনৰ গুণ মানগত লুব্ৰিকেন্ট উপলব্ধ বুলি কৈ এই ইন্ধনৰ ব্যৱহাৰ কৰি যান বাহনৰ ইঞ্জিন সুৰক্ষিত কৰাৰ আহ্বান জনোৱা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
यशस्वी राजकारणासाठी लोकसंपर्क महत्त्वाचा असतो - आ.डॉ.गुट्टे
धारखेड येथे विविध विकास कामांचा भूमीपूजन सोहळा संपन्न
गंगाखेड (प्रतिनिधी) :-
लोक मतदानाचा अधिकार वापरून त्यांचा लोकप्रतिनिधी ठरवित असतात. म्हणून...
आतंकी पन्नू ने एयर इंडिया में विस्फोट की दी धमकी:वीडियो जारी कर कहा- 1 से 19 नवंबर तक सफर न करें
खालिस्तानी समर्थक सिख फॉर जस्टिस (एसएफजे) के आतंकी गुरपतवंत सिंह पन्नू ने एक बार फिर एयर-इंडिया...
This One Diet Can Cure Every Disease | Subah Saraf | Satvic Movement
This One Diet Can Cure Every Disease | Subah Saraf | Satvic Movement
કઠલાલ માં વનવિભાગ ના કર્મચારીઓએ કર્યો અનોખો વિરોધ.
કઠલાલ માં વનવિભાગ ના કર્મચારીઓએ કર્યો અનોખો વિરોધ.