আজি শাৰদীয় শ্ৰীশ্ৰী দুৰ্গাপূজাৰ মহাসপ্তমী পূজা৷মণ্ডপেে মণ্ডপেে চলিছে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ উপসনা৷পূৱাৰে পৰা অগনন ভক্তপ্ৰাণ ৰাইজৰ সমাবেশ প্ৰতিটো পূজামণ্ডপত৷হাতে হাতে ধুপধুনা নৈবদ্য লৈ দেৱীৰ আশীষ মাগিছে কোটি কোটি জনতাই৷পিচ পৰি থকা নাই বাহাৰঘাট অঞ্চলৰ পূজা মণ্ডপ সমূহো৷অঞ্চলটোৰ কেইবাটাও পূজা মণ্ডপত ভক্তপ্ৰাণ ৰাইজৰ ঠাহ খাই পৰা অৱস্থা৷মুঠৰ ওপৰত মহাসপ্তমীৰ দিনাই ৰাইজৰ উচাহৰ উজান উঠিছে৷ইয়াৰ ভিতৰত নলবাৰী জিলাৰ অন্যতম দুৰ্গাপূজা পশ্চিম বড়িগোগ সাৰ্ব্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজা,দেহাৰকুছিটো ব্যাপক সংখ্যাক ৰাইজৰ সমাগম হোৱা দেখা গৈছে৷উক্ত পূজাত নিশা নাগাৰা নাম চোৱা দৰ্শকো যথেষ্ট পৰিমাণৰ হোৱা দেখা গৈছে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
हरियाणा चुनाव के नतीजों से चौंके अशोक गहलोत, शैलजा को लेकर दिया बड़ा बयान
हरियाणा विधानसभा चुनाव के नतीजों की तस्वीर अब धीरे-धीरे साफ होती हुई दिख रही है। कांग्रेस पार्टी...
राजीव गांधी की पुण्यतिथि परकांग्रेस का रक्तदान शिविर आजअतिथि सांसद प्रत्याशी प्रहलाद गुंजल#ट्रेडिंग
राजीव गांधी की पुण्यतिथि परकांग्रेस का रक्तदान शिविर आजअतिथि सांसद प्रत्याशी प्रहलाद गुंजल#ट्रेडिंग
दिल्ली मुंबई एक्सप्रेस-वे पर एक बार फिर हादसा, एक युवती की मौत 30 लोग घायल
दौसा में दिल्ली-मुंबई एक्सप्रेसवे पर बस भीषण सड़क हादसा हो गया. हरिद्वार से जयपुर आ रही स्लीपर बस...
DEESA // રોટરી ક્લબ ડિવાઇન ડીસા દ્વારા દિવાળી પર્વ નિમિત્તે દિવ્યાંગ સ્કૂલમાં દિવાળી સેલિબ્રેશન કાર્યક્રમ યોજાયો..
રોટરી ક્લબ ડિવાઇન ડીસા દ્વારા તારીખ 4/11/ 23 ના શનિવાર ના રોજ દિવાળી પર્વ નિમિત્તે "ખુશીઓનું...