ভাৰতবৰ্ষৰ লুব্ৰিকেন্ট উৎপাদনৰ অন্যতম প্ৰধান কোম্পানী মাইক লুব্ৰিকেন্ট ইণ্ডিয়া উদ্যোগত ঢকুৱাখনা নগৰৰ প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠান সোৱণশিৰী ইঞ্জিনীয়াৰিং ৱৰ্কচৰ সহযোগত কালি গ্ৰাহক সজাগতা সভা অনুষ্ঠিত হয় । সভাত ঢকুৱাখনা মহকুমাৰ ডেৰ শতাধিক খুচুৰা বিক্রেতা আৰু ব্যবসায়ীযে অংশগ্ৰহণ কৰে। সভাত কোম্পানীটোৰ উত্তৰ পূৱৰ প্ৰবন্ধক কুন্তল সেটাৰ্জী ,ৰিজিঅনেল প্ৰমুখ সোমনাথ গাঙ্গুলি , বিতৰক ছানি চেতিয়া, অতুল দেৱান , সোৱণশিৰী ইঞ্জিনীয়াৰিঙৰ স্বত্বাধিকাৰী সুৰেশ দাস ,অমৃত দাস ,বিশিষ্ট নাগৰিক ৰতন ফুকন আদি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে সজাগতা সভাত । সভাত মাইক লুব্ৰিকেন্ট কোম্পানীৰ ব্যক্তিগত বাণিজ্যিক লঘু গুৰু বাহনৰ গুণ মানগত লুব্ৰিকেন্ট উপলব্ধ বুলি কৈ এই ইন্ধনৰ ব্যৱহাৰ কৰি যান বাহনৰ ইঞ্জিন সুৰক্ষিত কৰাৰ আহ্বান জনোৱা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
PM मोदी बोले- कांग्रेस को ठगी की लत लगी:कांग्रेस राज में दलाल-दामाद जी मालामाल हुए,
प्रधानमंत्री नरेंद्र मोदी हरियाणा के पलवल में आखिरी रैली करने पहुंचे हैं। वह यहां रैली को संबोधित...
মৰাণৰ হিংৰীজানত উদণ্ড অট' চালকৰ খুন্দাত এগৰাকী ছাত্ৰীৰ মৃত্যু, আহত আন দুগৰাকী
মৰাণৰ হিংৰীজানত উদণ্ড অট' চালকৰ খুন্দাত এগৰাকী ছাত্ৰীৰ মৃত্যু, আহত আন দুগৰাকী
Gujarat Election Update | Bharatsinh એ ચૂંટણી લડવા બતાવી તૈયારી | Politics | News In Gujarati
Gujarat Election Update | Bharatsinh એ ચૂંટણી લડવા બતાવી તૈયારી | Politics | News In Gujarati