ওদালগুৰিত কৃতি ছাত্ৰ ছাত্ৰীলৈ আনন্দ ৰাম বৰুৱা বটা প্ৰদান।সমগ্ৰ অসমৰ লগতে ওদালগুৰিতো কৃতি ছাত্ৰ ছাত্ৰীলৈ আনন্দৰাম বৰুৱা বটা প্ৰদান কৰা হয়।ওদালগুৰি জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত ওদালগুৰি মহাবিদ্যালয়ৰ অডিটৰিয়ামত আয়োজিত অনুষ্ঠানত উপস্হিত থাকি এই বটা প্ৰদান কৰে কৰে ওদালগুৰি জিলাৰ অবিভাৱক মন্ত্ৰী বিমল বৰাই। তেও ছাত্ৰ ছাত্ৰী সকলক কৃতিত্বৰ বাৱে শুভেচ্ছা জনাই প্ৰজ্ঞা আৰু সাধনাৰে লক্ষত উপনীত কৰোৱাৰ লগতে পৰিয়ালৰ সপোনবোৰকলৈ জীৱনৰ ৰামধেনু আকিবলৈ আহ্বান জনায়।অনুষ্ঠানত মাজবাট সমষ্টিৰ বিধায়ক, বি টি আৰৰ কাৰ্যবাহী সদস্য নিলোৎ স্বৰ্গীৱাৰী আৰু দাওবৈচা বড়োৰ লগতে কেবাগৰাকীও বিশিষ্ট ব্যক্তি অংশ গ্ৰহন কৰে। আজিৰ অনুষ্ঠানত ওদালগুৰি জিলাৰ মুঠ ৪০২ গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক বটা প্ৰদান কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Delhi Assembly Election 2024 से पहले Raghav Chadha ने BJP पर लगाया वोट काटने का आरोप, सुनिए बयान
Delhi Assembly Election 2024 से पहले Raghav Chadha ने BJP पर लगाया वोट काटने का आरोप, सुनिए बयान
ડીસામાં જાહેર માર્ગ પર તલવારથી કેક કાપી આતંક મચાવનાર 6 શખ્સોને પોલીસે ઝડપ્યા
ડીસામાં જાહેર માર્ગ પર ખુલ્લી તલવાર વડે કેક કાપી બર્થડે મનાવવો યુવકોને ભારે પડ્યો છે. રાત્રે 10થી...
દાહોદ જિલ્લામાંથી બે સગીરાઓને લગ્નની લાલચ આપી બે યુવકો દ્વારા અપહરણ કરી લઈ નાસી જતાં જે તે પોલીસ મથકે ફરિયાદ નોંધાંવવા પામી છે.
દાહોદ જિલ્લામાંથી બે સગીરાઓને લગ્નની લાલચ આપી બે યુવકો દ્વારા અપહરણ કરી લઈ નાસી જતાં જે તે પોલીસ...
પેટલી પ્રાથમિક શાળામાં બાળ મગર મેળો યોજાયો
પેઢી એવા વિદ્યાર્થીઓ ભવિષ્યમાં પર્યાવરણ અને વન્યજીવ સંરક્ષણ અને જાગૃતતા તરફ વળે તે હેતુથી...