ওদালগুৰিত কৃতি ছাত্ৰ ছাত্ৰীলৈ আনন্দ ৰাম বৰুৱা বটা প্ৰদান।সমগ্ৰ অসমৰ লগতে ওদালগুৰিতো কৃতি ছাত্ৰ ছাত্ৰীলৈ আনন্দৰাম বৰুৱা বটা প্ৰদান কৰা হয়।ওদালগুৰি জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত ওদালগুৰি মহাবিদ্যালয়ৰ অডিটৰিয়ামত আয়োজিত অনুষ্ঠানত উপস্হিত থাকি এই বটা প্ৰদান কৰে কৰে ওদালগুৰি জিলাৰ অবিভাৱক মন্ত্ৰী বিমল বৰাই। তেও ছাত্ৰ ছাত্ৰী সকলক কৃতিত্বৰ বাৱে শুভেচ্ছা জনাই প্ৰজ্ঞা আৰু সাধনাৰে লক্ষত উপনীত কৰোৱাৰ লগতে পৰিয়ালৰ সপোনবোৰকলৈ জীৱনৰ ৰামধেনু আকিবলৈ আহ্বান জনায়।অনুষ্ঠানত মাজবাট সমষ্টিৰ বিধায়ক, বি টি আৰৰ কাৰ্যবাহী সদস্য নিলোৎ স্বৰ্গীৱাৰী আৰু দাওবৈচা বড়োৰ লগতে কেবাগৰাকীও বিশিষ্ট ব্যক্তি অংশ গ্ৰহন কৰে। আজিৰ অনুষ্ঠানত ওদালগুৰি জিলাৰ মুঠ ৪০২ গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক বটা প্ৰদান কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ખાડિયા વિસ્તાર રાયપુર દરવાજા પાસે છબીલા હનુમાન મંદિર ઠેગાવાડમાં પંદર વર્ષો થી ધૂમ ધમ થી ગણપતિ ઉત્સવ
ખાડિયા વિસ્તાર રાયપુર દરવાજા પાસે છબીલા હનુમાન મંદિર ઠેગાવાડમાં પંદર વર્ષો થી ધૂમ ધમ થી ગણપતિ ઉત્સવ
જિલ્લામાં ઓછા મતદાનવાળા વિસ્તારમાં મહત્તમ મતદાનના પ્રયાસોના ભાગરૂપે યોજાયેલા જાગૃતિલક્ષી નાટકોનો લાભ લઈ અચૂક મતદાન માટે સામૂહિક સંકલ્પબદ્ધ થતાં જિલ્લાના મતદાતાઓ
------------
જિલ્લામાં ઓછા મતદાનવાળા વિસ્તારમાં મહત્તમ મતદાનના પ્રયાસોના ભાગરૂપે યોજાયેલા જાગૃતિલક્ષી નાટકોનો...
Kejriwal and AAP govt. shielding militants, gangsters : Chugh
NIA or CBI must take up investigation in Sukhbir case : Chugh
BJP national general secretary...
भूतपूर्व विद्यार्थी एवं आचार्य परिषद द्वारा शासकीय विज्ञान महाविद्यालय में “प्रतिभा सम्मान समारोह
भूतपूर्व विद्यार्थी एवं आचार्य परिषद द्वारा शासकीय विज्ञान महाविद्यालय में “प्रतिभा सम्मान...
ડીસામાં વિવાદિત બગીચા પરનું
ગ્રહણ હટયું....!#Nanajideshmukhgaradan
ડીસામાં વિવાદિત બગીચા પરનું ગ્રહણ હટયું....!#Nanajideshmukhgaradan