মৰাণ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই মৰাণ নগৰত বিক্ৰী কৰিবলৈ অনা চুৰি মোবাইল চাৰিটা, দুটা লেপটপ সহ তিনিটা চুৰক আটক কৰে। উল্লেখ্য যে কিছুদিনৰ পূৰ্বে ফ্লিপকাৰ্ট, এমাজন আদি কোম্পানীৰ বস্তু ডেলিভাৰ কৰা ল'ড চেয়াৰ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীৰ প্ৰায় ২০ লক্ষাধিক টকাৰ সামগ্ৰী চুৰি হৈছিল। সেই সন্দৰ্ভত যোৱা নিশা মৰাণ আৰক্ষী থানাই মৰাণ নগৰত অভিযান চলাই ডিব্ৰুগড়ৰ বিজিত গগৈ, বিষ্ণু গগৈ আৰু বিদ্যুৎ সন্দিকৈক প্ৰায় দুই লখ টকাৰ চুৰি সামগ্ৰীসহ আটক কৰে। ইয়াৰে বিজিত গগৈ আৰু বিষ্ণু গগৈ ল'ড চেয়াৰ প্ৰাইভেট লিমিটেডৰ অস্থায়ী কৰ্মচাৰী। বৰ্তমান তদন্ত অব্যাহত আছে আৰক্ষীৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમરેલી જિલ્લા ના ભાગેડુ ૧૦ ગુન્હેગારો અંગે બાતમી -માહિતી આપનાર ને રૂ.૧૦૦૦૦/-નું ઇનામ ની જાહેરાત.કરતી અમરેલી જિલ્લા પોલીસ
અમરેલી જિલ્લાના ગંભીર ગુનાઓના ટોપ – ૧૦ નાસતા ફરતા આરોપીઓ કરતી અમરેલી પોલીસ.
પોલીસ...
ઠાસરા તાલુકામાં વહેલી સવાર થી વરસી રહ્યો વરસાદ.
ઠાસરા.
ખેડા.
ઠાસરા તાલુકામાં વહેલી સવારથી ઠેર ઠેર વરસાદ વરસી રહ્યો છે. ગાજવીજ સાથે વરસાદ વરસી...