গুৱাহাটী প্ৰেছ ক্লাৱত আঞ্চলিক গণ মৰ্চা আৰু অসম সংগ্ৰামী মঞ্চৰ সংবাদমেল৷ সংবাদমেল সংবোদ্ধন ৰাজ্য সভাৰ সাংসদ অজিত ভুঞাৰ৷ বিজেপিৰ অপশাসনৰ পৰা মুক্তি পাবলৈ সকলো বিৰোধী একত্ৰিত হ'ব লাগিব বুলি মন্তব্য ভুঞাৰ। আঞ্চলিকতাৰ স্বাৰ্থত আঞ্চলিক গণ মৰ্চা আৰু অসম সংগ্ৰামী মঞ্চ আজিৰ পৰা একত্ৰিত হৈ "জাতীয় দল, অসম" নামেৰে ঘোষণা কৰিলে ভুঞাই। আঞ্চলিক গণ মৰ্চা আৰু অসম সংগ্ৰামী মঞ্চৰ নতুন নাম হল "জাতীয় দল, অসম"। আমাৰ আঞ্চলিকতাবাদ আপোচহীন আঞ্চলিকতাবাদ হব৷ আপোচ কৰি, কাৰো ভৰিত ধৰি আমি আঞ্চলিকতাবাদ নকৰো বুলি মন্তব্য অজিত ভুঞাৰ
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
NATIONAL TRAINING PROGRAM IN CLEFT AND CRANIOFACIAL ORTHODONTICS
NATIONAL TRAINING PROGRAM IN CLEFT AND CRANIOFACIAL ORTHODONTICS
"प्रधानमंत्री" सूर्य घर योजना के तहत चेचट में हुआ एक दिवसीय शिविर का आयोजन, 56 उपभोक्ताओं के रजिस्ट्रेशन किए
"प्रधानमंत्री" सूर्य घर योजना के तहत चेचट में सोलर कनेक्शन के लिए एक दिवसीय शिविर का आयोजन किया...
भारत के लड़ाकू विमानों ने क्यों किया ईरानी जहाज का पीछा, उड़े होश
भारत के लड़ाकू विमानों ने क्यों किया ईरानी जहाज का पीछा, उड़े होश
মঙ্গলদৈত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হ'ল আউটদৌৰ ফটোগ্ৰাফী প্ৰদৰ্শনী
মঙ্গলদৈত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হ'ল আউটদৌৰ ফটোগ্ৰাফী একজিভিচন।অসমৰ বিভিন্ন প্ৰান্তৰ পৰা...
અમરેલી સીટી પોલીસ સ્ટેશન ASI ની બદલી થતા વિદાય સમારોહ યોજાયો હતો
અમરેલી સીટી પોલીસ સ્ટેશન ASI ની બદલી થતા વિદાય સમારોહ યોજાયો હતો