উজনি মাজুলী খেৰকটীয়া কলেজৰ উদ্যোগত শিশুৰ যতনত মাতৃৰ ভূমিকা' শীৰ্ষক সজাগতা সভা । সপ্তম সংখ্যক মাজুলী জিলা দিৱসৰ লগত সংগতি ৰাখি মাজুলীৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ উদ্যোগত আজি 'শিশুৰ যতনত মাতৃৰ ভূমিকা' শীৰ্ষক সজাগতা সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° জাহ্নৱী লহকৰ বৰুৱাৰ নেতৃত্বত অধ্যাপক ড° উপেন বৰা, ড° বিউটি গগৈ আৰু দেৱৰাজ দত্তই আজি স্থানীয় উজনি বৰবিল অংগনবাড়ী কেন্দ্র, নামনি বৰবিল অংগনবাড়ী কেন্দ্র আৰু নতুন বজাৰ অংগনবাড়ী কেন্দ্রত উপস্থিত হৈ পৃথকে পৃথকে সজাগতা সভা সম্পন্ন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अनंत-राधिका को आशीर्वाद देने पहुंचे PM मोदी, मुकेश अंबानी ने किया शुक्रिया, बोले- शब्द नहीं... ।
अनंत अंबानी और राधिका मर्चेंट की शादी के बाद शुभ आशीर्वाद सेरेमनी की रस्म निभाई गई. अंबानी परिवार...
BGMI Banned In India; Here's What Google And Krafton Said
While there is no official statement from the IT ministry yet, the BGMI game has been confirmed...
দেৰগাঁৱৰ শান্তিপুৰৰ মিছামৰা মৌজা কেন্দ্ৰীয় নামঘৰ আৰু শংকৰী কলাকৃষ্টি বিকাশ কেন্দ্ৰৰ মাহজোৰা নাম প্ৰসংগ আৰু ভাগৱত পাঠ অনুষ্ঠান
*দেৰগাঁৱৰ শান্তিপুৰৰ মিছামৰা মৌজা কেন্দ্ৰীয় নামঘৰ আৰু শংকৰী কলাকৃষ্টি বিকাশ কেন্দ্ৰৰ মাহজোৰা নাম...
Gujarat Election | મોડી રાત સુધીમાં BJP ની યાદી જાહેર થઈ શકે | bjp candidate list 2022 gujarat
Gujarat Election | મોડી રાત સુધીમાં BJP ની યાદી જાહેર થઈ શકે | bjp candidate list 2022 gujarat