উজনি মাজুলী খেৰকটীয়া কলেজৰ উদ্যোগত শিশুৰ যতনত মাতৃৰ ভূমিকা' শীৰ্ষক সজাগতা সভা । সপ্তম সংখ্যক মাজুলী জিলা দিৱসৰ লগত সংগতি ৰাখি মাজুলীৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ উদ্যোগত আজি 'শিশুৰ যতনত মাতৃৰ ভূমিকা' শীৰ্ষক সজাগতা সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° জাহ্নৱী লহকৰ বৰুৱাৰ নেতৃত্বত অধ্যাপক ড° উপেন বৰা, ড° বিউটি গগৈ আৰু দেৱৰাজ দত্তই আজি স্থানীয় উজনি বৰবিল অংগনবাড়ী কেন্দ্র, নামনি বৰবিল অংগনবাড়ী কেন্দ্র আৰু নতুন বজাৰ অংগনবাড়ী কেন্দ্রত উপস্থিত হৈ পৃথকে পৃথকে সজাগতা সভা সম্পন্ন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દુબઈમાં નોકરી આપવાના નામે ઉંદેલના યુવક સાથે 4.43 લાખની છેતરપિંડી !
ખંભાત તાલુકાના મૂળ ઉંદેલ ગામના વતની અને હાલ આણંદ શહેર ખાતે રહેતા એક યુવકને એક શખ્સે દુબઈ ખાતેની...
ममता बनर्जी के आरोप पर मोदी के हनुमान का पलटवार, कहा- सफेद झूठ बोल रही मुख्यमंत्री
पश्चिम बंगाल की मुख्यमंत्री ममता बनर्जी के शनिवार को दिल्ली में नीति आयोग की बैठक में उनका माइक...
महात्मा गांधी एवं लाल बहादुर शास्त्री की जयंती झाड़ू लगाकर जयंती मनाई केशोरायपाटन
महात्मा गांधी एवं लाल बहादुर शास्त्री की जयंती झाड़ू लगाकर
जयंती मनाई
केशोरायपाटन
भारतीय ...