দীৰ্ঘদিনধৰি বিধ্বস্ত হৈ পৰিছে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ধেমাজি সদৰৰ অংশ ৷ ধেমাজি নগৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অংশত ঠায়ে ঠায়ে এতিয়া প্ৰকাণ্ড প্ৰকাণ্ড গাত ৷ যাৰ বাবে ধেমাজি জিলাবাসীৰ লগতে ধেমাজি সদৰৰ মাজেৰে পাৰ হৈ যোৱা অৰুণাচলবাসীৰ লগতে উজনি অসমৰ কেইবাখনো জিলাৰ পথচাৰীয়ে দেখিছে ত্ৰাহিমধুসূদন ৷ অথচ চৰকাৰৰ নাই কোনো কাণসাৰ ৷ অৱশেষত আজি আগবাঢ়ি আহে ধেমাজি আছু ৷ পুৱাতে ধেমাজি আঞ্চলিক ছাত্ৰ সন্হাৰ শতাধিক কৰ্মীয়ে হাতত কোৰ , বেলচাৰ লৈ পথ মেৰামতিত জপিয়াই পৰিল ৷ কম সময়ৰ ভিতৰতে শ্ৰমদানেৰে পথটো যাতয়াতৰ বাবে উপযোগী কৰি তুলিলে আছুৱে ৷ ধেমাজি আছুৰ নিস্বাৰ্থ সেৱাক সেেয়ে শলাগিলে ধেমাজিবাসীয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
MP के Damoh में भीड़ ने घेरा थाना, पुलिसवाले ने ऐसे संभाले हालात, भीड़ लौट गई। MP Communal Clash
MP के Damoh में भीड़ ने घेरा थाना, पुलिसवाले ने ऐसे संभाले हालात, भीड़ लौट गई। MP Communal Clash
जे नामर्दांच्या सरकारला जमलं नाही ते फडणवीसांनी केलं | आचार्य तुषार भोसले
जे नामर्दांच्या सरकारला जमलं नाही ते फडणवीसांनी केलं | आचार्य तुषार भोसले
हा पक्षी काढतोय चक्क 25 वेगवेगळे आवाज; पहा व्हिडिओ
हा पक्षी काढतोय चक्क 25 वेगवेगळे आवाज; पहा व्हिडिओ
2024 Lok Sabha Election: SP प्रत्याशी Iqra Hasan ने कैराना में पलायन को लेकर क्या कुछ कहा सुनिए
2024 Lok Sabha Election: SP प्रत्याशी Iqra Hasan ने कैराना में पलायन को लेकर क्या कुछ कहा सुनिए
ડીસામાં ધારાસભ્યની રજૂઆત બાદ કોન્ટ્રાક્ટર અને નેશનલ હાઇવેના અધિકારીઓએ રોડનું સમારકામ હાથ ધર્યું
ડીસામાં ધારાસભ્યની રજૂઆત બાદ કોન્ટ્રાક્ટર અને નેશનલ હાઇવેના અધિકારીઓએ રોડનું સમારકામ હાથ ધર્યું