গুৱাহাটীৰ আই টি এ মাছখোৱা চেণ্টাৰত শুভেচ্ছা আৰু ধন্যবাদ অনুষ্ঠান৷ বিজেপিৰ উদ্যোগত আয়োজন কৰা হয় শুভেচ্ছা আৰু ধন্যবাদ অনুষ্ঠান৷ মধ্য প্ৰদেশ আৰু ছত্তিশগড়ৰ ক্ষেত্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক অজয় জামৱালক শুভেচ্ছা জ্ঞাপন। অজয় জামৱালক সম্বৰ্ধনা জনাই মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই৷ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পিয়ুষ হাজৰিকা, মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী, সাংসদ পল্লৱলোচন দাস, বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা, ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীদ্ৰ নাথ শৰ্মাৰ লগতে ত্ৰিপুৰা, অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মিজোৰামৰ, চিকম, মেঘালয়ৰ বিজেপি কাৰ্যকর্তাসকল
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
માધવપુર રોડ પર ભાદરપુલ પર ટ્રક ચાલકે એક મોટરસાયકલને અડફેટે લીધી
માધવપુર રોડ પર ભાદરપુલ પર ટ્રક ચાલકે એક મોટરસાયકલને અડફેટે લીધી
HOW TO BURN CHEST FAT FOREVER! (Diet & Exercise Plan) | Hindi 🇮🇳
HOW TO BURN CHEST FAT FOREVER! (Diet & Exercise Plan) | Hindi 🇮🇳
Pakistan: New Government क्या दिक्कतें आ रही और कैसे बनेगी नई सरकार? (BBC Hindi)
Pakistan: New Government क्या दिक्कतें आ रही और कैसे बनेगी नई सरकार? (BBC Hindi)
এটি শিশুৰ কণ্ঠই মুহিলে সকলোৱে...
এটি শিশুৰ কণ্ঠই মুহিলে সকলোৱে...
মৰাণ চহৰৰ মাজমজিয়াত টেলাৰ আৰু আল্ট্ৰা বাছৰ মুখামুখী সংঘৰ্ষ, ১০ৰো অধিক যাত্ৰী গুৰুতৰভাৱে আহত
মৰাণ চহৰৰ মাজমজিয়াত টেলাৰ আৰু আল্ট্ৰা বাছৰ মুখামুখী সংঘৰ্ষ, ১০ৰো অধিক যাত্ৰী গুৰুতৰভাৱে আহত