দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা উপায়ুক্ত পল্লবী সৰকাৰৰ সংবাদমেল
নিৰ্বাচনী আয়োগৰ বিশেষ সংশোধনী সম্পৰ্কত সংবাদ মেল জিলা উপায়ুক্তৰ
এতিয়াৰে পৰা বছৰত চাৰিবাৰ প্ৰকাশ পাব ভোটাৰ তালিকাৰ খচৰা
ভোটাৰ কাৰ্ডৰ লগত আধাৰ নম্বৰ সংযোগ কৰিব লাগিব প্ৰতিজন ভোটাৰে
৩১ মাৰ্চ ২০২৩ চনৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব এই প্ৰক্ৰিয়া
পূৰ্বৰ জটিলতাৰ পৰিৱৰ্তে এতিয়াৰে পৰা সৰলীকৃত হ'ব ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্ত, শুধৰনি আৰু নাম কৰ্তন আদিৰ কাম
১৮ৰ বছৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই ভোটাধিকাৰৰ বাবে আবেদন কৰিব পাৰিব জনসাধাৰনে
NVSP আৰু ভোটাৰ পৰ্টেলত উপলদ্ধ হ'ব এই সেৱা
শনিবাৰে আবেলি ৩ বজাত হাটশিঙিমাৰী উপায়ুক্তৰ কাৰ্য্যালয়ত সংবাদমেল সম্বোধন কৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা উপায়ুক্ত পল্লবী সৰকাৰে ।
ভোটাৰ সকল সংকিত নহৈ এই প্ৰক্ৰিয়া সম্পূৰ্ণ আসোৱাহ আৰু ক্ৰুটিপূৰ্ণ ভাৱে সম্পন্ন কৰিবলৈ আহ্বান জিলাবাসীক