নাৰায়ণপুৰ পৌৰসভাৰ অন্তৰ্গত ৫ নং শক্ৰাহী ৱাৰ্ডৰ সুলভ মূল্য দোকানৰ এজেন্ট সুৰেন ভূঞাক বিভাগীয় ভাৱে নিলম্বন কৰা হৈছে ৷ এজেন্ট গৰাকীৰ বিৰুদ্ধে কৃষ্ণ দাস নামৰ উপভোক্তাগৰাকীয়ে লখিমপুৰ জিলা উপায়ুক্তক আবেদন জনাইছিল ৷ অসম ৰাজ্যিক পৰিবহণ নিগমৰ ঠিকাভিত্তিক গাড়ী চালক কৃষ্ণ দাসৰ ৰেচন কাৰ্ড খন এজেন্টগৰাকীয়ে কৰ্তন কৰি ভৰত কটকী নামৰ লোকজনৰ নাম অন্তভুৰ্ক্ত কৰাক কেন্দ্ৰ কৰি কৃষ্ণ দাসে জিলা উপায়ুক্তলৈ ইয়াৰ উচিত বিচাৰ কৰিবৰ বাবে জনোৱা আবেদনৰ ভিত্তিত সোমবাৰে লখিমপুৰ জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰিদৰ্শক কিশোৰ কুমাৰ শৰ্মাই সুলভ মূৰ্ল্যৰ দোকান খনলৈ আহি নথি পত্ৰ পৰীক্ষা কৰি লাভ কৰা গুৰুতৰ অনিয়মৰ পাছত এজেন্টগৰাকীক নিলম্বন কৰি বন্ধ কৰি দিয়ে দোকান খন ৷ নথি পত্ৰ জব্দ কৰাৰ লগতে উপভোক্তাসকলৰ পাবলগীয়া চাউল দোকান খনত মজুত থকাত পৰিদৰ্শকগৰাকীয়ে ৯.৫ কুইন্টল চাউল নিকটৱৰ্তী সুলভ মূৰ্ল্যৰ দোকান তথা এজেন্ট চম্পা হাজৰিকা দোকানলৈ স্থানান্তৰ কৰি উক্ত দোকানৰ পৰা উপভোক্তাসকলৰ পাপ্য চাউল নিয়াৰ ব্যৱস্থা কৰি দিয়ে ৷ আনহাতে সুৰেন ভূঞা নামৰ এজেন্ট গৰাকীৰ বিৰুদ্ধে অংগনৱাড়ী কেন্দ্ৰলৈ চাউল যোগানৰ নামত অনিয়ম সংঘটিত কৰাৰ আন এক গুৰুতৰ অভিযোগ সন্দৰ্ভত নাৰায়ণপুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া জিন্তু শৰ্মাই অব্যাহত ৰাখিছে তদন্ত ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જિલ્લા કલેકટરની અધ્યક્ષતામાં તાલુકા સ્વાગત કાર્યક્રમ યોજાયો
ખેડા જિલ્લાના વસો ખાતે મામલતદાર કચેરીમાં જિલ્લાા કલેકટર કે.એલ.બચાણીની અધ્યક્ષતામાં તાલુકા સ્વાગત...
Skoda Kushaq और Slavia को CKD kits के साथ भारत से इन देशों में किया जाएगा एक्सपोर्ट, ये है कंपनी का फ्यूचर प्लान
स्कोडा ऑटो अंतरराष्ट्रीय बाजार में अपनी उपस्थिति का विस्तार करने के साथ-साथ भारत में अधिक...
৪০ জনীয়া অৰুণাচলী দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিলে অসমৰ যুৱককঃ ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসনে
অসম অৰুণাচল সিমান্তৱৰ্তী ৰূপহী ৰাজগড়ত উত্তপ্ত পৰিস্থিতি। ৪০ জনীয়া অৰুণাচলী দূৰ্বৃত্তই চোকা অস্ত্ৰ...
इस देश में नहीं आ सकेंगी पेट्रोल-डीजल से चलने वाली विदेशी गाड़ियां, इंपोर्ट पर लगाया प्रतिबंध
परिवहन और रसद मंत्री अलेमु सिमे ने इथियोपिया के रसद मास्टर प्लान की घोषणा की जिसमें देश में Green...
सातारा || भोळेवाडी फाटा येथे अपघातात युवक ठार
सातारा || भोळेवाडी फाटा येथे अपघातात युवक ठार