মঙলদৈ মহৰ্ষি বিদ্যামন্দিত শিক্ষক দিৱসৰ দিনা গুৰু পূজন ৷কেইবাজনো বিশিষ্ট শিক্ষাবিদৰ ধুৱালে চৰণ, ললে আশিৰ্বাদ ৷শিক্ষক দিৱসৰ দিনা প্ৰতি খন বিদ্যালয় মহাবিদ্যালয়ত পালন কৰে শিক্ষক দিৱস ৷ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিনটোতে সমগ্ৰ ভাৰততে এই গৰাকী মহান শিক্ষক, দাৰ্শনিক, কুতনীতিবিদৰ আদৰ্শ জীয়াই ৰাখিবলৈ পালন কৰা হয় শিক্ষক দিৱস হিচাপে ৷মঙলদৈ মহৰ্ষি বিদ্যামন্দিৰত আয়োজন কৰিলে গুৰু পূজন ৷ দৰং জিলাৰ প্ৰাক্তন শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত শিক্ষকক চৰণ ধুৱাই ললে আশিৰ্বাদ ৷মঙলদৈ মহৰ্ষি বিদ্যামন্দিৰৰ ছাত্ৰছাত্ৰী সকলৰ মনত গুৰু ভক্তি জাগ্ৰত কৰিবলৈ এনে ধৰণৰ অনুষ্ঠান আয়োজন কৰা বুলি জানিব দিলে বিদ্যালয় খনৰ অধক্ষ্য হেমন্ত পায়েঙে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Facebook और Instagram पर नहीं नजर आएंगे विज्ञापन, नए प्लान के लिए Meta ले सकता है इतनी कीमत
Ad free Instagram-Facebook अगर आप भी मेटा के पॉपुलर प्लेटफॉर्म्स इंस्टाग्राम और फेसबुक का...
India vs Bharat: Imran Pratapgarhi ने BJP, PM Modi को जमकर घेरा। Congress Rally। Nasik
India vs Bharat: Imran Pratapgarhi ने BJP, PM Modi को जमकर घेरा। Congress Rally। Nasik
Mahadev Betting App Case में फंसे Bollywood के सितारे, 200 करोड़ की शादी की पूरी कहानी जानिए
Mahadev Betting App Case में फंसे Bollywood के सितारे, 200 करोड़ की शादी की पूरी कहानी जानिए
Maharashtra Politics: अजित खेमे का पहला विकेट गिरा, शपथ ग्रहण में मौजूद सांसद अमोल कोल्हे फिर शरद पवार के साथ
Maharashtra Politics NCP से बागी हुए अजित पवार को 24 घंटे के अंदर ही बड़ा झटका लग गया है।...