গোলাঘাট পৌৰসভাৰ কাৰ্য্যালয়ৰ সভাকক্ষত বোম্বা ৰাইড নামৰ কথাছবি খনৰ কলা কৌশলী সকলৰ সংবাদমেল l ১৬ ছেপ্তেম্বৰত শুভ মুক্তি হব লগীয়া বোম্বে ৰাইড নামৰ কথাছবি খনৰ উন্মুচনীৰ বাবে আজি গুৱাহাটীৰ পৰা আহি গোলাঘাটত উপস্থিত হয় বোম্বে ৰাইড নামৰ কথাছবি খনৰ কলা কৌশলী সকলৰ লগতে পৰিচালক বিস্বজিত বৰা l গোলাঘাটত বোম্বে ৰাইড নামৰ কথাছবি খনৰ দলতোৱে বিবিন্ন স্থানত প্ৰচাৰ চলোৱাৰ পিচতেই গোলাঘাট পৌৰসভাৰ কাৰ্য্যালয়ত সংবাদ মেলৰ জৰিয়তে সাংবাদিক সকলৰ লগত মত বিনিময় কৰাৰ লগতে বোম্বে ৰাইড নামৰ কথাছবি খনৰ বিষয়ে বিতং ভাবে আলোচনা কৰে কথাছবি খনৰ পৰিচালক তথা কলা কৌশলী সকলে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: नहीं रुकेगी काउंसलिंग, सुप्रीम कोर्ट ने NTA से मांगा जवाब | NEET Result
Breaking News: नहीं रुकेगी काउंसलिंग, सुप्रीम कोर्ट ने NTA से मांगा जवाब | NEET Result
उदयपुर में फ्रांसीसी टूरिस्ट का हिन्दू विधि से अंतिम संस्कार:पत्नी से कहा था- जिंदा ना रहूं तो, इसी धरा की मिट्टी में अमर होना चाहता हूं
उदयपुर घूमने आए फ्रांस के निवासी जिन पियरे का अंतिम संस्कार हिंदू रीति-रिवाजों के अनुसार किया...
એમ.સી.એમ.સી. કટ્રોલ રૂમની મુલાકાત લેતા જનરલ ઓબ્ઝર્વર્સ રાજકોટ તા.૧૭ નવેમ્બર- વિધાનસભા સામાન્ય ચૂંટણી
એમ.સી.એમ.સી. કટ્રોલ રૂમની મુલાકાત લેતા જનરલ ઓબ્ઝર્વર્સ રાજકોટ તા.૧૭ નવેમ્બર- વિધાનસભા સામાન્ય ચૂંટણી
ৰহা মহাবিদ্যালয়ত ১২ আৰু ১৩ অক্টোবৰত "নাক" দলৰ পৰিদৰ্শন।১২অক্টোবৰ পৰিদৰ্শন কালত সমুহ প্ৰাক্তন শিক্ষাৰ্থী ৰ উপস্থিতিৰ কামনা কৰিছে।
১৯৬৪ বৰ্ষত স্থাপিত ৰহা ৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান ৰহা মহাবিদ্যালয়ত অহা ১২ আৰু ১৩অক্টোবৰত...
Katni News: पिकअप वाहन को ट्रक ने मारी टक्कर, तीन लोगों की मौत, एक दर्जन घायल
Katni News: पिकअप वाहन को ट्रक ने मारी टक्कर, तीन लोगों की मौत, एक दर्जन घायल
...