গোলাঘাট পৌৰসভাৰ কাৰ্য্যালয়ৰ সভাকক্ষত বোম্বা ৰাইড নামৰ কথাছবি খনৰ কলা কৌশলী সকলৰ সংবাদমেল l ১৬ ছেপ্তেম্বৰত শুভ মুক্তি হব লগীয়া বোম্বে ৰাইড নামৰ কথাছবি খনৰ উন্মুচনীৰ বাবে আজি গুৱাহাটীৰ পৰা আহি গোলাঘাটত উপস্থিত হয় বোম্বে ৰাইড নামৰ কথাছবি খনৰ কলা কৌশলী সকলৰ লগতে পৰিচালক বিস্বজিত বৰা l গোলাঘাটত বোম্বে ৰাইড নামৰ কথাছবি খনৰ দলতোৱে বিবিন্ন স্থানত প্ৰচাৰ চলোৱাৰ পিচতেই গোলাঘাট পৌৰসভাৰ কাৰ্য্যালয়ত সংবাদ মেলৰ জৰিয়তে সাংবাদিক সকলৰ লগত মত বিনিময় কৰাৰ লগতে বোম্বে ৰাইড নামৰ কথাছবি খনৰ বিষয়ে বিতং ভাবে আলোচনা কৰে কথাছবি খনৰ পৰিচালক তথা কলা কৌশলী সকলে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સામાજિક વનીકરણ રેન્જ - સાવરકુંડલા દ્વારા મીશન લાઈફ અંતર્ગત સાયકલ રેલીનું આયોજન કરવામાં આવ્યું
સામાજીક વનીકરણ રેન્જ - સાવરકુંડલા દ્વારા મીશન લાઈફ અંતર્ગત સાઈકલ રેલીનું આયોજન કરવામાં આવ્યું...
Parbhani Violence: Sanjay Raut का Devendra Fadnavis पर बड़ा आरोप,कहा- वो झूठ बोलते हैं
Parbhani Violence: Sanjay Raut का Devendra Fadnavis पर बड़ा आरोप,कहा- वो झूठ बोलते हैं
AAJTAK 2 । LEO HOROSCOPE । ZODIAC TODAY | सिंह राशि । आज का राशिफल | AAJ KA RASHIFAL | 03 OCT 2023
AAJTAK 2 । LEO HOROSCOPE । ZODIAC TODAY | सिंह राशि । आज का राशिफल | AAJ KA RASHIFAL | 03 OCT 2023