বৰহাটত সদৌ অসম কবি সন্মিলনৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন।

সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠা দিৱসৰ আজিৰ পৱিত্ৰ ক্ষণত সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠা দিৱসটি কেন্দ্ৰীয় সমিতি, জিলা সমিতিৰ লগতে শাখা কবি চক্ৰ সমূহে নিজ নিজ কাৰ্যালয় সমূহৰ সন্মূখত পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ জৰিয়তে উদ্ যাপন কৰিছে।চৰাইদেউ জিলা খনৰ লগতে বৰহাট কল্পদ্ৰুম কবি চক্ৰ ই বৰহাট সাহিত্য ভৱনৰ সন্মুখত পতাকা উত্তোলন কৰে।