কামৰূপ জিলাৰ কঞাঁ আৰক্ষী থানাৰ অন্তৰ্গত পূৰ্নখুমদুম হীৰাপাৰাত কালি সন্ধিয়া এজাক মহিলাই অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই বহুতো চুলাই মদৰ পেকেট ধ্বংস কৰে৷উল্লেখ্য যে কামৰূপ জিলাৰ পূৰ্নখুমদুম হীৰাপাৰাকে ধৰি নলবাৰী জিলাৰ বৰশিমলুৱা,উত্তৰকুছি আদিৰ উপৰিও একাংশই ফেৰিৱালা ৰূপত অবৈধ চুলাই মদৰ ব্যৱসায় চলাই থকাটো ৰাইজে প্ৰত্যক্ষ কৰি আহিছে৷অৱশেষত কঞাঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰমোদ কোৱৰৰ নেতৃত্বত স্থানীয় মহিলা সকলৰ এখন সজাগতা সমিতি গঠন কৰি দিয়ে৷কালি তেওঁলোকৰ নেতৃত্বত ওলাই অহা অৰ্ধশতাধিক মহিলাই অভিযান চলাই কেইবাজনো হকাৰক আগভেটি ধৰি চুলাই সমূহ নষ্ট কৰাৰ লগতে হকাৰৰ শৰীৰত ধালি দি শাস্তি প্ৰদান কৰে৷আনহাতে স্থায়ীভাৱে ব্যৱসায় কৰা সকলকো সকিয়াই দি মহিলা সকলে কয় যে গাওঁখনৰ পৰা সুৰা মুক্ত নোহোৱালৈকে আমাৰ অভিযান চলি থাকিব৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
জন্মদাত্ৰীৰ ক্ষেত্ৰতো ইমান নিদাৰুণ হব পাৰে নে?
কিমান নিদাৰুণ হব পাৰে একাংশ পুত্ৰ বোৱাৰী৷সম্প্ৰতি সামাজিক মাধ্যমত প্ৰচাৰিত হোৱা এটি হৃদয় বিদাৰক...
रोहा पदुमनी में धुमधाम से मना भोगाली उत्सव ।
बिहुनृत्य गीत से मुखरीत क्षेत्र ।
आयोजित हुवे विभिन्न खेलकूद ।
रोहा में वर्ष 2017में स्थापित पदुमनी भोगाली उत्सव उद्जापन समिति के बैनर तले आज एक दिवसीय...
વડોદરા શહેરના માંજલપુર વિસ્તારમાં ૨૨ વર્ષીય યુવતીએ ગળે ફાંસો ખાઈ જીવન ટૂંકાવ્યું
વડોદરા શહેરના માંજલપુર વિસ્તારમાં ૨૨ વર્ષીય યુવતીએ ગળે ફાંસો ખાઈ જીવન ટૂંકાવ્યું
7499 रुपये में खरीदें 50MP AI कैमरा और 5000 mAh बैटरी वाला फोन, कमाल की है डील
POCO C65 स्मार्टफोन को फ्लिपकार्ट से कम दाम में खरीदा जा सकता है। इसके 4 जीबी रैम और 128 जीबी...