কামৰূপ জিলাৰ কঞাঁ আৰক্ষী থানাৰ অন্তৰ্গত পূৰ্নখুমদুম হীৰাপাৰাত কালি সন্ধিয়া এজাক মহিলাই অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই বহুতো চুলাই মদৰ পেকেট ধ্বংস কৰে৷উল্লেখ্য যে কামৰূপ জিলাৰ পূৰ্নখুমদুম হীৰাপাৰাকে ধৰি নলবাৰী জিলাৰ বৰশিমলুৱা,উত্তৰকুছি আদিৰ উপৰিও একাংশই ফেৰিৱালা ৰূপত অবৈধ চুলাই মদৰ ব্যৱসায় চলাই থকাটো ৰাইজে প্ৰত্যক্ষ কৰি আহিছে৷অৱশেষত কঞাঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰমোদ কোৱৰৰ নেতৃত্বত স্থানীয় মহিলা সকলৰ এখন সজাগতা সমিতি গঠন কৰি দিয়ে৷কালি তেওঁলোকৰ নেতৃত্বত ওলাই অহা অৰ্ধশতাধিক মহিলাই অভিযান চলাই কেইবাজনো হকাৰক আগভেটি ধৰি চুলাই সমূহ নষ্ট কৰাৰ লগতে হকাৰৰ শৰীৰত ধালি দি শাস্তি প্ৰদান কৰে৷আনহাতে স্থায়ীভাৱে ব্যৱসায় কৰা সকলকো সকিয়াই দি মহিলা সকলে কয় যে গাওঁখনৰ পৰা সুৰা মুক্ত নোহোৱালৈকে আমাৰ অভিযান চলি থাকিব৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বিজেপিয়ে জেডিইউক অপমানিত কৰিছে: নীতিশ কুমাৰ
পাটনা, ৯ আগষ্ট (হি.স.)। বিহাৰত ৰাজনৈতিক সংকটৰ মাজতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মংগলবাৰে...
One Nation one Election:'एक राष्ट्र, एक चुनाव के लिए भारत जैसे देश में कोई जगह नहीं', खरगे ने उच्च स्तरीय समिति को लिखा पत्र
नई दिल्ली। कांग्रेस अध्यक्ष मल्लिकार्जुन खरगे ने 'एक राष्ट्र, एक चुनाव' के विषय पर सरकार...
ISRO is set to launch GSLVF14 carrying INSAT-3DS on 17 February at 5:30 pm IST
February 9, 2024
ISRO is set to launch GSLVF14 carrying INSAT-3DS on 17 February at 5:30 pm...
LIVE -- barvala mogalpur dham, mayabhai -devayat khavad ni moj- 2023 Dayro
LIVE -- barvala mogalpur dham, mayabhai -devayat khavad ni moj- 2023 Dayro