নলবাৰী জিলাৰ চামতা স্থিত ইডেন ভেলী একাডেমিত আজি বিজয় বৰ্মনৰ নেতৃত্বত আৰু ভাৰ্গৱ শইকীয়া,তন্ময় বৰ্মন,ৰাহুল বৰ্মনৰ লগতে অন্যন্যা সদস্য সকলৰ সহযোগত প্ৰায় ৭০ গৰাকী শিক্ষক শিক্ষয়িত্ৰীক শিক্ষক দিৱসৰ শুভেচ্ছা জনাই৷উক্ত অনুষ্ঠানত ইডেন ভেলী একাডেমিৰ অধ্যক্ষ ড° প্ৰমোদ হালৈ অংশগ্ৰহণ কৰাৰ লগতে মুখ্য অতিথি হিচাবে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজ্যোতি বেজবৰুৱা আৰু সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক নিৰুজউদ্দিন আহমেদে অংশগ্ৰহণ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસા મામલતદાર કચેરી ખાતે ધરણાં પર બેઠેલી આંગણવાડી કાર્યકરો
ડીસા મામલતદાર કચેરી ખાતે ધરણાં પર બેઠેલા આંગણવાડી કાર્યકર બહેનોની હડતાળને હિન્દુ યુવા સંગઠન અને...
બોટાદના બરવાળામાં ‘પોષણ માહ ની ઉમંગભેર ઉજવણી: ધાન્યોથી રંગબેરંગી રંગોળી કરવામાં આવી
તંદુરસ્ત રાષ્ટ્રનાં નિર્માણ માટે ભવિષ્યના નિર્માતા એવા બાળકોનું સ્વાસ્થ્ય તંદુરસ્ત હોવું ખુબ...
ৰাজ্যৰ অৰ্থনৈতিকভাৱে অনগ্ৰসৰ মহিলাসকলৰ সবলীকৰণৰ হেতু গ্ৰহণ কৰা অৰুণোদয় আঁচনিৰ অধীনত প্ৰতি মাহৰ ১০ তাৰিখে ১,২৫০ টকাকৈ হিতাধিকাৰীসকলক প্ৰদান কৰা হৈছে।
অসম চৰকাৰে ৰাজ্যৰ অৰ্থনৈতিকভাৱে অনগ্ৰসৰ মহিলাসকলৰ সবলীকৰণৰ হেতু গ্ৰহণ কৰা অৰুণোদয় আঁচনিৰ অধীনত...
ચંદલા ગામમાં તળાવમાં મોટી સંખ્યામાં માછલીઓના મોત
#buletinindia #gujarat #dahod